--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদত সংঘটিত গেছ আক্ৰমণৰ প্ৰতিবাদত শুক্ৰবাৰেও  সংসদ  উত্তপ্ত হৈ থাকে। বিৰোধী সাংসদসকলে সদনৰ বাহিৰত আৰু ভিতৰত গেছ আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ফলস্বৰূপে অধিৱেশনকেইবাবাৰো স্থগিত ৰাখিবলগীয়া হয়। বিৰোধীৰ প্ৰতিবাদৰ বাবেই অৱশেষত লোকসভা আৰু ৰাজ্যসভা গোটেই দিনটোৰ বাবে স্থগিত ৰখা হয়।  

অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে বিৰোধী সাংসদসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা গেছ আক্ৰমণ সন্দৰ্ভত বিবৃতি দাবী কৰে। 

মিত্ৰজোঁটৰ সাংসদসকলৰ  হুলস্থূলৰ মাজতে লোকসভা আৰু ৰাজ্যসভাৰ অধিৱেশন সোমবাৰৰ বাবে স্থগিত ৰখা হয়। শুকুৰবাৰে বিজেপি বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ সাংসদসকলে সংসদ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। বৃহস্পতিবাৰে নিলম্বিত কৰা সাংসদসকলো এই প্ৰতিবাদত  উপস্থিত আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক