--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : নিমখ অবিহনে খাদ্যৰ স্বাদ কেতিয়াও সম্ভৱ নহয়৷ বাস্তু শাস্ত্ৰ অনুসৰি ঘৰত নিমখৰ উপস্থিতিয়ে সকাৰাত্মক দিশৰ সঞ্চাৰ তীব্ৰ গতিত কৰে। তন্ত্ৰ অনুসৰি নিমখক যদি শুদ্ধ তন্ত্ৰ মন্ত্ৰৰে প্ৰয়োগ কৰা হয় তেন্তে ই আপোনাক ৰাতিৰ ভিতৰতে ধনবান কৰি তুলিব।

নিমখ আৰু চিচা দুয়ো ৰাহুৰ কাৰক হয়। যদি আপুনি নিমখ চিচাৰ গিলাছত ভৰাই শৌচালয় , স্নানৰ ঠাইত থৈ দিয়ে তেন্তে তাৰ পৰা নকাৰাত্মক দিশবোৰৰ নাশ হয়। লগতে তাত থকা সূক্ষ্ম বীজাণুও নষ্ট হয়। শৌচালয়ত সকলোতকৈ অধিক নকাৰাত্মক দিশ থাকে। এনেকুৱাত এই উপায়ে এইসমূহ সমস্যা দূৰ কৰি দিয়ে।

নিমখেৰে যদি ঘৰ মোছা হয় তেন্তে ই আপোনাক ধনবান কৰি তুলিব। বৈজ্ঞানিক দৃষ্টিকোণৰ ফালৰ পৰাও ই এক বহুত উত্তম উপায়। আপুনি যেতিয়া ঘৰটো মুচিব লব তেতিয়া পানীখিনিত অলপ নিমখ মিহলাই দিব। সপ্তাহত অন্তত ২/৩ বাৰ নিমখেৰে ঘৰটো মুচিব। এনে কৰিলে শীঘ্ৰেই ধনৰ প্ৰাপ্তি হব। এই নিমখে গোটেই ঘৰখন সকৰাত্মক দিশেৰে ভৰাই তোলে। ঘৰখনৰ উন্নতিৰ বাবে নিমখেৰে সদায় ঘৰটো মুচিব লাগে। সকৰাত্মক দিশে লক্ষ্মী দেৱীকো ঘৰত প্ৰৱেশ কৰিবলৈ আকৰ্ষণ কৰে।

অলপ নিমখ চিচাৰ গিলাচ এটাত ভৰাই লৈ তাৰ ভিতৰত ৪/৫ তা মান লং ভৰাই দিব । এনে কৰিলে ঘৰখনত ধনৰ অভাৱ নহয় আৰু মা লক্ষ্মীও প্ৰসন্ন হৈ থাকে।

ব্যক্তি এজনৰ অধিক লাভ তেতিয়া হয় যেতিয়া তেওঁ এইটো উপায় অৱলম্বন কৰে। প্ৰতিটো শনিবাৰে অলপ নিমখ ,২০০ গ্ৰাম মগু দাইল ,৫০০ গ্ৰাম চাউল আৰু ৰঙা শুকান জলকীয়া দান কৰিলে ব্যক্তিজনৰ ভাগ্য প্ৰবল হয়। ধন টকা সহজতেই তেওঁ লাভ কৰিব পাৰে। শনিৰ ক্ৰুৰ দৃষ্টিও সমাপ্ত হৈ যায়। এনে স্থলত ধনৰ দেৱী মা লক্ষ্মীও আপোনাৰ ওপৰত বহুত প্ৰসন্ন হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া