--°C
Loading...
Listen to Article
2 min read
80%

১২ কাতি, শনিবাৰ, ইং ৩০ অক্টোবৰ
মেষ ৰাশি : মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত উৎসাহ বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে আত্মীয়ই সামান্য অসুবিধা পোৱাৰ যোগ দেখা যায়।

বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ছোৱালীসকলৰ কৰ্মক্ষেত্ৰত সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত ভক্তি ভাব বাঢ়িব, লগতে কৰ্মক্ষেত্ৰ শুভ হোৱাৰ যোগ দেখা যায়।

কৰ্কট ৰাশি : এই ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত উৎসাহ বাঢ়িব, লগতে প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।

সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায়-সহযোগিতা লাভ হ’ব,লগতে সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কন্যা ৰাশি : কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপোনাৰ সামান্য ধনৰ নাটনি হোৱাৰ যোগ দেখা যায়।

তুলা ৰাশি : তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত উন্নতি হ’ব, লগতে আজি আপোনাৰ ভ্ৰমণত শুভ হোৱাৰ যোগ দেখা যায়।
বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য খং, অভিমান/ জেদ ভাব বাঢ়িব পাৰে লগতে আজি আপোনাৰ সন্মান লাভ হোৱাৰ যোগ দেখা যায়।

ধনু ৰাশি : ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ প্ৰেৰণা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে দেহ-মনত সামান্য আঘাত পোৱাৰ যোগ দেখা যায়।

মকৰ ৰাশি : মকৰ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত দেহ-মনত সামান্য আঘাত পাব পাৰে, লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব।

কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত মনৰ আশা পূৰণ হ’ব, ভাবি থকা কৰ্মবোৰ সফল হ’ব যদিও আজি আপুনি পাৰিবাৰিক দিশত সজাগ হোৱাটো ভাল হ’ব।
মীন ৰাশি : মীন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম-মনৰ উদ্বিগ্নতা ভাব বাঢ়িব পাৰে, লগতে কৰ্মক্ষেত্ৰ সফল হোৱাৰ যোগ দেখা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া