--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰ্চাত আছে পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাধাৰ মাজৰ সম্পৰ্ক। দুয়োকে একেলগে দেখাৰ পাছতে এই চৰ্চা চলিছে। দুয়োৱে প্ৰেমৰ সম্পৰ্কত বান্ধোন খাইছে বুলি কোৱা হৈছে। বিবাহৰ সম্ভাৱনাও ব্যক্ত কৰা হৈছে।

এইবাৰ এই সম্পৰ্কত মুখ খুলিছে খোদ পৰিণীতিয়ে। এটা বিমানবন্দৰৰ পৰা ওলাই আহোঁতে ফটোগ্ৰাফাৰসকলে এই বিষয়ত ইটোৰ পিছত সিটো প্ৰশ্ন কৰিলে। কিন্তু এইসমূহৰ এটাও উত্তৰ নিদিলে অভিনেত্ৰীয়ে। ফটোগ্ৰাফাৰসকলে যিমানেই প্ৰশ্ন সুধিছিল সিমানেই লাজ লগা হাঁহি মাৰিছিল অভিনেত্ৰীগৰাকীয়ে। গাড়ীত উঠাৰ সময়ত কেৱল "হুমমমম" বুলি ক'লে।

অৱশ্যে এক ঘনিষ্ঠ সূত্ৰৰ মতে, আত্মীয়ৰ মাজত প্ৰাৰম্ভিক আলোচনাৰ অন্ততহে তেওঁলোক একলগ হৈছিল। পৰিয়ালৰ লোকেও ইজনে সিজনক চিনি পায়। অতি শীঘ্ৰে দুটা পৰিয়ালৰ উপস্থিতিত সিদ্ধান্ত লোৱা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ