--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুৱা সাৰ পোৱাৰ পাছত অলপ টোপনি অহাটো সাধাৰণ কথা। কিন্তু শোৱাৰ পৰা উঠাৰ পাছত বহুতে গোটেই দিনটো ভাগৰুৱা আৰু অলসতা অনুভৱ কৰে। শোৱাৰ পৰা উঠাৰ পাছত বহু সময়লৈকে ভাগৰুৱা অনুভৱ কৰি থাকিলে সেয়া আওকাণ কৰা উচিত নহয়। কি কি কাৰণত মানুহৰ এনে হয় জানো আহক।  অৱস্থাত আমি ইয়াত ক’ম যে ৰাতিপুৱা সাৰ পোৱাৰ পিছতো গোটেই দিনটো শৰীৰ ভাগৰুৱা হৈ থাকে।

১) ভুল সময়ত শোৱাঃ আজিকালি সকলোৰে জীৱনশৈলী বেলেগ বেলেগ, কিছুমান মানুহে সোনকালে শুই ভাল পায় আৰু কিছুমানে গোটেই ৰাতিটো সাৰ পাই থাকি ভাল পায়। ভুল সময়ত শোৱা মানুহৰ গোটেই দিনটো এলাহ ভাৱ থাকে।

২) বহু সময় বিচনাত থকাঃ সাৰ পোৱা পাছত বহু মানুহে বহু দেৰিলৈকে বিচনাত পৰি থাকে। বাৰে বাৰে এলাৰ্ম বন্ধ কৰিলে টোপনিত ব্যাঘাত জন্মে যিয়ে খিংখিঙীয়া আৰু ভাগৰৰ সৃষ্টি কৰে। 

৩) শোৱা কোঠাৰ পৰিৱেশঃ কেতিয়াবা বেলেগ বেলেগ কথাই আপোনাৰ শোৱা কোঠাত টোপনিত প্ৰভাৱ পেলাব পাৰে। যিহেতু কোঠাৰ উষ্ণতা আপোনাৰ টোপনিৰ মানদণ্ডৰ বাবে গুৰুত্বপূৰ্ণ। গতিকে আৰামদায়ক টোপনিৰ বাবে এ চি কুলিংটো এডজাষ্ট কৰক আৰু শোৱা কোঠাৰ সুন্দৰ পৰিৱেশ এটা গঢ়ি তোলক। একে সময়তে কোঠাটোত পাতল নীলা ৰঙৰ ডিম লাইট ব্যৱহাৰ কৰিব পাৰে।

৪) খাদ্য আৰু পানীয়ঃ মদ আৰু কেফেইনৰ পৰা আঁতৰত থাকক। ই আপোনাক গভীৰ টোপনিৰ পৰা আঁতৰাই ৰাখে, যাৰ ফলত ৰাতিপুৱা ভাগৰুৱা অনুভৱ হয়। কেফেইনেও একে কাম কৰে। সেয়ে কেফেইন সম্পৰ্কীয় বস্তু বা মদ, চিগাৰেট খোৱাটো শোৱাৰ ৩ ঘন্টা আগতে বন্ধ কৰিব লাগে।

গতিকে এই অভ্যাস ত্যাগ কৰিলে জীৱনত সুফল পোৱাৰ আশা কৰিব পাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক