--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শীতৰ বতৰত ব্ৰ’কলি বজাৰত বেছিকৈ দেখিবলৈ পোৱা যায়। সোৱাদ আৰু গুণেৰে ভৰা ব্ৰ’কলি কেৱল আমাৰ ইমিউনিটী বৃদ্ধি কৰাই নহয়, ওজন হ্ৰাস কৰাতো সমানে সহায়ক। ভিটামিন-‘চি’ আৰু ‘কে’সমৃদ্ধ ব্ল’কলিত পৰ্যাপ্ত পৰিমাণে মেংগানিজ, পটাচিয়াম, মেগনেচিয়াম, অ’মেগা–৩, জিংক, কেলচিয়াম আৰু আয়ৰনৰ দৰে খনিজ দ্ৰব্য পোৱা যায়। সেয়েহে দৈনিক খাদ্য তালিকাত ব্ৰ’কলি অন্তৰ্ভুক্ত কৰক।


১. ব্ৰ’কলিৰ উপকাৰিতাঃ-ব্ৰ’কলীয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে বীজাণু, ভাইৰাছৰ পৰা শৰীৰক ৰক্ষা কৰে। কাৰণ ব্ৰ’কলিত আছে প্ৰচূৰ পৰিমাণে ভিটামিন-চি।

২. কলেষ্টেৰল হ্ৰাস কৰে : ব্ৰ’কলিত থকা ফাইবাৰে শৰীৰৰ পৰা কলেষ্টেৰল বাহিৰ কৰি দিয়াত সহায় কৰে। আনকি পাচনতন্ত্ৰত উৎপন্ন হোৱা পিত্ত এচিডৰ ক্ষেত্ৰতো সহায় কৰে।

৩. হাড় মজবুত কৰে : ব্ৰ’কলিত আছে প্ৰচূৰ পৰিমাণৰ ভিটামিন-কে আৰু কেলচিয়াম, যিয়ে অষ্টিঅ’পৰোছিছ প্ৰতিৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তদুপৰি জিংক, ফছফৰাছ আৰু মেগনেচিয়ামৰ দৰে আন খনিজ ব্ৰ’কলিক পুষ্টিগুণেৰে ভৰপূৰ কৰি তোলে। প্ৰতিটো বয়সৰ লোকৰ বাবে ই এক চমৎকাৰৰ দৰে কাম কৰে।

৪. ওজন হ্ৰাস কৰে : ব্ৰ’কলিত প্ৰচূৰ পৰিমাণে ফাইবাৰ থকাৰ বাবে বহু সময়ত আমাৰ পেট ভৰ্তি ৰাখে যাৰ ফলত আমাৰ প্ৰয়োজনতকৈ অধিক খাদ্য খাব নোৱাৰে। ইয়াৰ ফলত কেলৰি কম থকাৰ বাবে আমাৰ ওজন হ্ৰাস কৰাত সহায়ক হয়। ইয়াৰ উপৰি হজম শক্তি বৃদ্ধি আৰু কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক