--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৌৰ জগতৰ আন কোনো গ্ৰহত আছে নে পানী? এইক্ষেত্ৰত  বিজ্ঞানীয়ে লাভ কৰিছে কিছু তথ্যইউৰেনাছৰ উপগ্ৰহৰ কেন্দ্ৰ আৰু বৰফৰ ভূত্বকৰ মাজত সাগৰ সদৃশ স্তৰ থাকিব পাৰে বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে। 

ইউৰেনাছৰ পাঁচটা ডাঙৰ উপগ্ৰহ ক্ৰমে  এৰিয়েল, উম্ব্ৰিয়েল, টাইটানিয়া, অবেৰন আৰু মিৰাণ্ডাত এনে পানী সংৰক্ষিত হৈ থকাৰ বহু সবল প্ৰমাণ পোৱা গৈছে।  উল্লেখ্য ইউৰেনাছৰ  কমেও ২৭  টা উপগ্ৰহ আছে, যাৰ ভিতৰত টাইটানিয়া হৈছে আটাইতকৈ ডাঙৰ, যি ১,৫৮০  কিলোমিটাৰ বহল। 

নাছাৰ জেট প্ৰপালচন লেবৰেটৰীৰ মুখ্য বিজ্ঞানী  জুলি কাষ্টিলো-ৰোগেজে কয় যে  ভয়েজাৰ-২ মহাকাশযানৰ তথ্য চালিজাৰি চাই ইউৰেনাছৰ উপগ্ৰহণত পানী থকাৰ কথাটো একপ্ৰকাৰ নিশ্চিত কৰা হৈছে। ভয়েজাৰ-২ মহাকাশযান খনে ১৯৮০  ৰ দশকত ইউৰেনাছৰ চাৰিওফালে উৰিছিল আৰু তাৰ পিছত নাছাৰ গেলিলিঅ, কেচিনি, ডন আৰু নিউ হৰাইজনছেও এই বিষয়ে তথ্য দিয়া বুলি তেওঁ কয়।শেহতীয়াকৈ জ্যোতিৰ্বিজ্ঞানীসকলে  জেমছ ৱেব স্পেচ টেলিস্কোপৰ সহায়ত  ইউৰেনাছৰ উপগ্ৰহসমূহ  পৰ্যবেক্ষণ কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে