--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাঠগ সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত ২০০ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰৰ সন্দৰ্ভত দিল্লীৰ পাটিয়ালা হাউচ ক’ৰ্টত উপস্থিত হৈছে অভিনেত্ৰী-নৃত্যশিল্পী নোৰা ফাতেহী। সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত ২০০ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰত ইডিয়ে কেইবাবাৰো নোৰা ফাতেহীক সোধা-পোছা কৰিছে, য’ত নোৰাই তেওঁৰ বিবৃতি বি ৰেকৰ্ডিং কৰিছিল। 

ইয়াৰ পূৰ্বে বিষয়াসকলে প্ৰকাশ কৰা অনুসৰি সুকেশ চন্দ্ৰশেখৰে তেওঁৰ ভায়েক ববীক প্ৰায় ৬৫ ​​লাখ টকাৰ এখন বিএমডব্লিউ গাড়ী উপহাৰ দিছিল।

অভিনেত্ৰীগৰাকীৰ মতে, চেন্নাইৰ এটা ষ্টুডিঅ’ত সুকেশ চন্দ্ৰশেখৰৰ পত্নীৰ এক অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছিল। অনুষ্ঠানত অংশগ্ৰহণ কৰা বাবে সুকেশে মাচুলৰ সলনি নোৰাক বিএমডব্লিউৰ দৰে বিলাসী গাড়ী উপহাৰ দিয়ে। অভিনেত্ৰীগৰাকীৰ মতে, সুকেশৰ সৈতে হোৱাটছএপৰ জৰিয়তে কথা পাতিছিল যদিও পিছত সুকেশে নোৰাক বাৰে বাৰে ফোন কৰি হাৰাশাস্তি কৰাত সুকেশৰ সৈতে তেওঁ যোগাযোগ বন্ধ কৰি দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ