--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেংছুয়ে মানুহৰ সুখ-সমৃদ্ধ বৃদ্ধি কৰাৰ নানান উপায় দিছে৷ বিশ্বৰ কোটি কোটি লোকে ফেংছুইৰ বিধান মানি সুফল পাইছে৷ ঘৰৰ প্ৰধান দুৱাৰখনৰ ওপৰত নিৰ্ভৰ কৰি ঘৰ এটাত বাস কৰা লোকসকলৰ সুখ-শান্তিৰ বিষয়টো ভালেখিনি নিৰ্ধাৰণ হয়। ঘৰৰ মুখ্য দুৱাৰখন সদায় সেয়ে সঠিক স্থানত সঠিকভাৱে স্থাপন কৰিব লাগে। কিয়নো এই মুখ্য দুৱাৰখনেৰেই সকলো শুভ প্ৰভাৱ ঘৰৰ ভিতৰত প্ৰৱেশ কৰে। 

ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত কোনো অৱৰোধ বা বাধা থাকিব নালাগে। ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত কোনো অৱৰোধ বা বাধা থাকিলে ঘৰৰ ভিতৰত লক্ষ্মী অর্থাৎ শুভ শক্তি প্রৱেশ কৰাত বাধাৰ সৃষ্টি হয়। সেয়ে ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখ ভাগ সদায় খোলা অৱস্থাত থাকিব লাগে। মুখ্য দুৱাৰৰ সন্মুখত কোনোধৰণৰ বৃহৎ গছ অথবা খুঁটা আদি থাকিব নালাগে ।

ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত যদি বৃহৎ গছ বা খুটা থাকে তেন্তে সেয়া ফেংছুইৰ মতে অশুভ। খুঁটা অথবা বৃহৎ গছে ঘৰত শুভ শক্তিৰ প্ৰৱেশত বাধা দিয়াৰ ফলত ঘৰত অশান্তি হ'ব পাৰে।

ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত কেতিয়াও কোনো বস্তু পৰি থাকিবলৈ অথবা কোনো বস্তু জমা কৰি ৰাখিব নালাগে। ঘৰৰ মুখ্য দুৱাৰৰ ওচৰ-পাজৰ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে।এনেবোৰ নিয়ম মানি চলিলে সুফল নিশ্চয়কৈ পাব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement