--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে আন এক সুখবৰ৷ দেশৰ সন্মানীয় ক্ৰীড়া বঁটা অৰ্জুনৰ বাবে অনুমোদিত হৈছে গোলাঘাটৰ নয়নমণি শইকীয়াৰ নাম৷

প্ৰতিবছৰে কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰণালয়ে দেশৰ সফল খেলুৱৈক প্ৰদান কৰি আহিছে অৰ্জুন বঁটা। এইবাৰৰ অৰ্জুন বঁটা ২০২২ৰ বাবে অসমৰ নয়নমণি শইকীয়াৰ নাম অনুমোদিত কৰা হৈছে নয়নমণিৰ নাম৷ 

ক্ৰীড়া মন্ত্ৰণালয়ৰ অধীনৰ বিশেষ সমিতিয়ে অনুমোদন জনাইছে নয়নমণি শইকীয়াৰ নাম। এই অনুমোদন অনুসৰি অৰ্জুন বঁটাৰ বাবে নাম ঘোষণা হ’লে নয়নমণি শইকীয়া হ’ব অৰ্জুন বঁটাৰে সন্মানিত অসমৰ সপ্তমগৰাকী খেলুৱৈ।

পূৰ্বে ভোগেশ্বৰ বৰুৱা, মনালিছা বৰুৱা, জয়ন্ত তালুকদাৰ, শিৱ থাপা, হিমা দাস, লাভলীনা বৰগোহাঁয়ে লাভ কৰিছিল অৰ্জন বঁটা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক