--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ প্ৰেমত পৰিছে ৰিয়া চক্ৰৱৰ্তী। প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছতে ব্যাপক মিডিয়া ট্ৰায়েলৰ মুখামুখি হোৱা অভিনেত্ৰীগৰাকীক লৈ শেহতীয়াকৈ গুঞ্জন আৰম্ভ হৈছে।

জানিব পৰা মতে, ব্যৱসায়ী বাণ্টি সাজদেৰ স’তে প্ৰেমৰ সম্পৰ্কত সোমাইছে ৰিয়া। কেৱল সেয়াই নহয়, পাৰিবাৰিকভাৱেও বহুখিনি আগুৱাই গৈছে তেওঁলোক। ৰিয়াক আদৰি লৈছে বাণ্টিৰ ভগ্নী সীমা সাজদেইও।

শনিবাৰে ছৱি পৰিচালক অমৃতপাল সিংহ বৃন্দাৰ এটা ঘৰুৱা পাৰ্টিত সীমা সাজদেৰ স’তে দেখা পোৱা গ’ল ৰিয়াক। ক’লা পোচাক, খোলা চুলিৰে ৰিয়াই পাৰ্টিটোত অংশ লয়। সীমা সাজদেৰ স’তে প্ৰচুৰ ঘৰুৱা আন্তৰিকতা মূহূৰ্ত কটোৱা দেখা গ’ল ৰিয়াক।

উল্লেখ্য যে সুশান্ত মৃত্যুৰ আইনী জটিলতাৰ পৰা এতিয়া ৰিয়া মুক্ত হৈছে। আৰম্ভ হৈছে স্বাভাৱিক জীৱনযাত্ৰা।

আনহাতে, বাণ্টি সাজদে এগৰাকী প্ৰভাৱশালী ব্যৱসায়ী হিচাপে সুপৰিচিত।  ইয়াৰ পূৰ্বেও বলিউডৰ কেইবাগৰাকী অভিনেত্ৰীৰ স’তে সম্পৰ্ক গঢ়িছিল বাণ্টিয়ে.

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement