--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাওঁতে চাওঁতেই পাঁচটা বছৰ পূৰ হ’ল। সুখে-দুখে একেলগে বাস কৰিলে বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই। কিন্তু তেওঁলোকৰ প্ৰেম যে চিৰদিনৰ বাবে, সেয়া লক্ষ্য কৰা গ’ল বিৰাট কোহলীৰ শেহতীয়া এটা ইনষ্টাগ্ৰাম প’ষ্টত।

১১ ডিচেম্বৰত পঞ্চম বিবাহ বাৰ্ষিকী উপলক্ষে কোহলীয়ে অনুষ্কাক উদ্দেশ্যি এটা বিশেষ প’ষ্ট শ্বেয়াৰ কৰে। 

ইনষ্টাগ্ৰামত এখনি ফটো প’ষ্ট কৰিছে কোহলীয়ে। তাত দেখা গৈছে, মূৰত মূৰ থৈ দুয়ো একেলগে থিয় হৈ  আছে, পৃষ্ঠভাগত আকাশ।

ফটোখনৰ কেপচন হিচাপে বিৰাটে লিখে- “অনন্ত যাত্ৰাৰ পথত পাঁচ বছৰ পাৰ হৈছে। তোমাক পোৱাটো মোৰ বাবে অতিকৈ সৌভাগ্যৰ। মই তোমাক খুব ভালপাওঁ।”

ফটোখনত বন্ধু-বান্ধৱসকলৰ লগতে অনুষ্কাইও প্ৰতিক্ৰিয়া প্ৰেৰণ কৰিছে। মন্তব্য কৰি স্বামী বিৰাটক ভালপোৱা জনাইছে। 

উল্লেখ্য অনুষ্কা-বিৰাটৰ বহুচৰ্চিত বিয়াখন হৈছিল ২০১৭ চনৰ ১১ ডিচেম্বৰত। ইটালীত হোৱা বিবাহানুষ্ঠানত উপস্থিত আছিল আত্মীয়-বন্ধুসকল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক