--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জ্যোতিষশাস্ত্ৰৰ মতে যেতিয়াই কোনো গ্ৰহে নিজৰ অৱস্থান সলনি কৰে তেতিয়াই সকলো ৰাশিৰ ওপৰত ইয়াৰ ভাল-বেয়া প্ৰভাৱ পৰে। সূৰ্য্যই কন্যা ৰাশিত প্ৰৱেশ কৰিছে, সূৰ্য্যৰ প্ৰৱেশ শুভ আৰু অশুভ প্ৰভাৱে একাংশ ৰাশিৰ ওপৰত নিশ্চিতভাৱে প্ৰভাৱ পেলাব। একে সময়তে কন্যা ৰাশিত সূৰ্য্যৰ প্ৰৱেশৰ বাবে বুঢ়াদিত্য যোগৰ সৃষ্টি হৈছে। জ্যোতিষশাস্ত্ৰৰ মতে ১১ ছেপ্টেম্বৰত কন্যা ৰাশিত বুধ গ্ৰহে প্ৰৱেশ কৰিছে। এনে অৱস্থাত পুনৰ সূৰ্য্যই কন্যা ৰাশিত প্ৰৱেশ কৰাই শুভ বুঢ়াদিত্য যোগ গঢ় লৈ উঠিছে। এনে শুভক্ষণত ৩টা ৰাশিৰ বাবে কঢ়িয়াই আনিব অপাৰ ধন, সন্মান আৰু কেৰিয়াৰত অপাৰ সফলতা।

 ১. বৃষ ৰাশিঃ-এই ৰাশিৰ লোকসকলে বিশেষভাৱে উপকৃত হ’ব। এই সময়ছোৱাত চাকৰি কৰাসকলে পদোন্নতি লাভ কৰিব পাৰে। খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে যদিও ধন-সম্পৰ্কীয় সমস্যা নাথাকিব। যদি আপুনি চাকৰি সলনি কৰাৰ কথা ভাবিছে, তেন্তে এইটোৱেই উত্তম সময়। কৰ্মক্ষেত্ৰত সন্মান লাভৰ যোগ দেখা যায়। আৰ্থিক অৱস্থা উন্নত হ’ব যদিও আপুনি কোনো নতুন কাম আৰম্ভ কৰাৰ কথা ভাবিছে, তেন্তে বিনিয়োগ কৰাৰ বাবে এইটোৱেই উত্তম সময়। ব্যৱসায় সম্প্ৰসাৰণ হ’ব। অংশীদাৰিত্বৰে কাম কৰিলে ডাঙৰ লাভৰ সম্ভাৱনা আছে।

 ২. কন্যা ৰাশিঃ-এই ৰাশিৰ লোকসকলৰ বাবে বিশেষ দিন। এই সময়ছোৱাত আত্মবিশ্বাস বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন থাকিব। পূৰ্বতকৈ অধিক শক্তিশালী হ’ব অৰ্থনৈতিক অৱস্থা। কৰ্মৰ লগত জড়িত হৈ ভ্ৰমণলৈ যাবলগীয়া হ’ব পাৰে। এই সময়ছোৱাত লাভৰ পূৰ্ণ সম্ভাৱনাও আছে। কঠোৰ পৰিশ্ৰমৰ পূৰ্ণ ফল লাভ কৰিব। ক’ৰবাত আবদ্ধ হৈ থকা টকা ঘূৰাই পাব। যদি আপুনি কিবা নতুন কাম কৰাৰ কথা ভাবিছে তেন্তে এই সময় অনুকূল। পত্নীৰ সহায়ত যিকোনো কামত বৃহৎ সফলতা লাভ কৰিব পাৰি।

 ৩. মীন ৰাশিঃ-এই জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক অৱস্থা শক্তিশালী হ’ব। ব্যৱসায়ত অগ্ৰগতি লাভ কৰিব। এই সময়ত পৰিয়ালৰ পৰিৱেশ সুখদায়ক হোৱাৰ লগতে কোনা কাৰণত আপুনি প্ৰশংসিত হোৱাৰ দেখা যায়। যদি আমি অংশীদাৰিত্বৰে কোনো কাম কৰে, লাভান্বিত হ’ব। চৰকাৰী কাম কৰা ৰাইজৰ বাবে এই সময় ভাল। প্ৰতিটো ক্ষেত্ৰতে লাভ কৰিব সন্মান।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ