--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ আৰিয়ান গাঁথা। কৈ কৈ ওৰকে নপৰে শ্বাহৰুখ পুত্ৰৰ কলংকিত অধ্যায়ৰ কথা। প্ৰমোদতৰীৰ ড্ৰাগছ গোচৰত অভিযুক্ত বাহশ্বাহ পুত্ৰই জেল’ হাজোতত থকাৰ আজি এসপ্তাহ হ’ল। এই সময়সীমা কিমান দিনলৈ বৃদ্ধি পায় সেয়াও অনিশ্চয়তাত! অন্তৱৰ্তীকালীন জামিন আবেদনো নাকচ কৰিছে আদালতে। আজিু বিশেষ আদালতে আৰিয়ান খানৰ জামিন আবেদনৰ পুনৰ শুনানি ল'ব। ড্ৰাগছ পাৰ্টীৰ পৰা গ্ৰেপ্তাৰ হোৱাৰ পাছত আৰিয়ানৰ জামিন আবেদন একাধিক বাৰ খাৰিজ হোৱাৰ পাছত আজি আদালতে কি সিদ্ধান্তত উপনীত হয় সেয়া লক্ষ্যণীয় হৈ পৰিছে।

শ্বাহৰুখৰ কাৰণেই আৰিয়ানক এনেদৰে হাৰাশাস্তি কৰা হৈছে। শ্বাহৰুখৰ পুত্ৰ হোৱা বাবেই আৰিয়ানক লক্ষ্য কৰি লোৱা হৈছে বাৰে বাৰে।’ বলীউডৰ সহকৰ্মীসকলে এই কঠিন সময়ত শ্বাহৰুখৰ কাষত থিয় হোৱা নাই বুলিও আক্ষেপ শত্ৰুঘ্ন সিনহাৰ।

অইন বলীউড তাৰকাৰ দৰে সম্প্ৰতি শ্বাহৰুখৰ কাষত থিয় দিছে জ্যেষ্ঠ অভিনেতা শত্ৰুঘ্ন সিনহাই। এই কঠিন সময়ত খান পৰিয়ালৰ কাষত থিয় দিছে অভিনেতীগৰাকীয়ে। বলীউড অভিনেতাগৰাকীৰ মতে, শ্বাহৰুখৰ কাৰণেই আৰিয়ানক এনেদৰে হাৰাশাস্তি কৰা হৈছে। শ্বাহৰুখৰ পুত্ৰ হোৱা বাবেই আৰিয়ানক লক্ষ্য কৰি লোৱা হৈছে বাৰে বাৰে।’ বলীউডৰ সহকৰ্মীসকলে এই কঠিন সময়ত শ্বাহৰুখৰ কাষত থিয় হোৱা নাই বুলিও আক্ষেপ শত্ৰুঘ্ন সিনহাৰ। তেওঁ কয়, ‘কোনেও আগবাঢ়ি অহা নাই। সকলোৱে এয়া শ্বাহৰুখৰ সমস্যা বুলি ধৰি লৈছে। শ্বাহৰুখৰ সমস্যাৰে তেওঁ নিজে মোকাবিলা কৰক। বলীউড ইণ্ডাষ্ট্ৰীত সকলোৱে কাপুৰুষ।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক