--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হলিউডৰ অভিনেত্ৰী ৰাচেলে শ্বাহৰুখৰ নতুন ছবি 'পাঠান'ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছে। অৱশ্যে, অভিনেত্ৰীগৰাকীয়ে কৈছে  যে শ্বাহৰুখ কোন সেই বিষয়ে তেওঁৰ কোনো ধাৰণাই নাছিল।  'পাঠান'ত অভিনয় কৰাৰ আগতে শ্বাহৰুখ খান কোন  সেয়া তেওঁ জনা নাছিল ! ছবিখনত এজন ৰাছিয়ান গুপ্তচৰৰ চৰিত্ৰত অভিনয় কৰা ৰাচেল এন মুলিন্সে এনে দাবীয়েই  কৰিছে। 


শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদমাধ্যম এটাক দিয়া   এক সাক্ষাৎকাৰত ৰাচেলে বলীউডত তেওঁৰ যাত্ৰা আৰু 'পাঠান'ত কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে কয়।


ৰাচেল 'হেপ্পী এণ্ডিংছ' আৰু 'দ্য লীগ'ৰ দৰে শৃংখলাত অভিনয় কৰি বিশ্বত বহুতৰে মাজত পৰিচিত হৈ পৰিছে।   তেওঁ হলিউডৰ কেইবাখনো চলচ্চিত্ৰতো কাম কৰিছে। সেই ছবিসমূহৰ ভিতৰত  'নেইবাৰছ ' আৰু 'এণ্টোৰেজ' আদি অন্যতম। এইবাৰ ৰাচেলে পোনপটীয়াকৈ বলীউডলৈ আহি নিজৰ ভাগ্য পৰীক্ষা কৰিবৱ বিচাৰিছে। প্ৰথম প্ৰচেষ্টাতেই তেওঁ সফল হৈছে। 'পাঠান'ত ৰাচেলে এলিছ নামৰ এগৰাকী  ৰাছিয়ান গুপ্তচৰৰ চৰিত্ৰত অভিনয় কৰিছে।

ৰাচেলে কয় যে যেতিয়া তেওঁ ভাৰতত ভৰি দিছিল, তেতিয়া তেওঁ বলীউডত কেনে ধৰণৰ চলচ্চিত্ৰ নিৰ্মাণ কৰা হয় সেই বিষয়ে একো নাজানিছিল। কিন্তু যেতিয়া তেওঁ 'পাঠান'ত কাম কৰিলে  তেওঁ লাহে লাহে বলীউডৰ বিষয়ে  বুজি উঠিবলৈ ধৰিলে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক