--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সফল অভিনেতাৰ লগতে সফল প্ৰযোজকো শ্বাহৰুখ খান। ২০০২ চনত প্ৰডাকচন কোম্পানী ‘ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট’ শ্বাহৰুখ আৰু গৌৰী খানৰ সহ-মালিকত্ব আছিল। শ্বাহৰুখৰ প্ৰডাকচন কোম্পানীয়ে বহু হিট ছবি দিছে। শেহতীয়া সময়ৰ অন্যতম ডাঙৰ হিট ছবি হৈছে ‘জোৱান’। ইয়াৰ বাহিৰেও আছে ৰেড চিলিজ এণ্টাৰটেইনমেণ্টৰ ভিএফএক্স কোম্পানী।

এইবাৰ শ্বাহৰুখৰ এই কোম্পানীটোৰ নাম ভঙা চাকৰিৰ বিজ্ঞাপন! যদিও শ্বাহৰুখ বা তেওঁৰ কোম্পানীৰ মুৰব্বীসকলেও এই বিষয়ে একো নাজানিছিল। এই প্ৰৱঞ্চনাৰ খবৰ শুনি শ্বাহৰুখৰ কোম্পানীয়ে সাধাৰণ মানুহক সকীয়াই দিছিল।

ৰেড চিলিজৰ এক বিবৃতিত কোৱা হৈছে যে, "আমি জানিব পাৰিছো যে বিভিন্ন ছ'চিয়েল মিডিয়াত বিশেষকৈ হোৱাটছএপত আমাৰ কোম্পানীৰ নাম বদনাম কৰি বিভিন্ন ভুৱা অফাৰ দিয়া হৈছে।" ৰেড চিলিজ এণ্টাৰটেইনমেণ্টৰ সৈতে তেওঁলোক জড়িত বুলি দাবী কৰা হৈছে। কিন্তু আমি সকলোকে জনাইছো, Red Chillies Entertainment এ হোৱাটছএপৰ জৰিয়তে কোনো ধৰণৰ নিযুক্তি বা আনুষংগিক নীতি বা চাকৰি সম্পৰ্কীয় কোনো তথ্য প্ৰদান নকৰে। গতিকে এনে বিজ্ঞাপনৰ পৰা আঁতৰি থাকক।'' অৱশ্যে এই সন্দৰ্ভত এতিয়াও শ্বাহৰুখৰ কোনো বক্তব্য পোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ