--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাজলৰ কন্যা নাইচাৰ প্ৰেমত মছগুল হৈ পৰিছে শ্বাহৰুখৰ পুত্ৰ আৰিয়ান খান। দুয়োৰে প্ৰেমকলৈ এতিয়া বলীউডত বেছ চৰ্চা চলিছে। ইয়াৰ মাজতে কৰণ জোহৰৰ অনুষ্ঠান কফি উইথ কৰণত শ্বাহৰুখ খান আৰু কাজলক তেওঁলোকৰ সন্তানৰ প্ৰেমৰ বিষয়ে প্ৰশ্ন কৰে কৰণ জোহৰে। 


এনেয়ে কৰণ জোহৰৰ অনুষ্ঠান কফি উইথ কৰণ এক বিতৰ্কিত অনুষ্ঠান, য'ত চেলিব্ৰিটিসকলে কিছুমান মন্তব্য দিছে যিবোৰ বছৰ বছৰ ধৰি ভাল বা তিক্ত স্মৃতি হিচাপে স্মৰণীয় হৈ ৰৈছে। ভাইৰেল হৈ থকা কৰণ জোহৰৰ অনুষ্ঠান কফি উইথ কৰণৰ নানান মন্তব্যৰ মাজতে এইবাৰ শ্বাহৰুখ-কাজলৰ সন্তানৰ প্ৰেম কাহিনীৰ বিষয়টো সাঙোৰ খাই পৰিছে। 

শ্বাহৰুখ খান আৰু কাজলক তেওঁলোকৰ সন্তান, আৰিয়ান খান আৰু নাইচা দেৱগনৰ বিষয়ে সোধা হৈছিল।কৰণ জোহৰে সুধিছিল যদি আৰিয়ান আৰু নাইচাই  পলাই যায় তেন্তে  শ্বাহৰুখ-কাজলৰ প্ৰতিক্ৰিয়া কেনে  হ'ব। কৰণ জোহৰৰ প্ৰশ্ন শুনি কিছু অপ্ৰস্তুত হৈ পৰা শ্বাহৰুখে কয় যে তেওঁ সেই দিনটোৰ বিষয়ে চিন্তা কৰিবলৈও ভয় কৰে।  আনহাতে কাজলৰ প্ৰতিক্ৰিয়া আছিল  দিলৱালে দুলহানিয়া লে জায়েংগে। কাজলে যেন বুজাব বিচাৰিছিল আৰিয়ান খান আৰু নাইচাই পলাই গৈ হ’লেও সংসাৰ পাতিলে তেওঁৰ ক’বলগীয়া একো নাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ