--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰূখ খানৰ বিশেষ অভিনয়শৈলীৰ বাবে কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে পৰিচিত। কেৱল অভিনয়ৰ বাবেই নহয়, চেহেৰা আৰু আচৰণৰ বাবেও তেওঁ সমাদৃত। সমগ্ৰ বিশ্বতে শ্বাহৰূখৰ কোটি কোটি অনুৰাগী আছে। বহু অনুৰাগীয়ে শ্বাহৰূখক নিজৰ ঈশ্বৰ বুলি গণ্য কৰে। ছ’চিয়েল মিডিয়াত শ্বাহৰুখৰ ফেন পেজ আছে। কোনোবাই যদি শ্বাহৰুখক লৈ কিবা ভুল কয়, তেন্তে অনুৰাগীসকলৰ উত্তেজিত হৈ উঠে । ঠিক একেধৰণৰ কাম কৰিছে পাকিস্তানী অভিনেত্ৰী মহনুৰ বেলুচে। শ্বাহৰূখক লৈ ডাঙৰ বক্তব্য প্ৰদান কৰিছে পাকিস্তানী অভিনেত্ৰীগৰাকীয়ে৷

এক প্ৰতিবেদন অনুসৰি শ্বাহৰূখ খানৰ অভিনয় আৰু চেহেৰাক লৈ নেতিবাচক মন্তব্য কৰিছে মহনুৰে। তেওঁ কয় যে শ্বাহৰূখ খান এজন সফল ব্যৱসায়ী আৰু তেওঁ নিজৰ মাৰ্কেটিং কৰিব জানে। মহনুৰে  লগতে কয় যে- শ্বাহৰূখে খানে অভিনয় নাজানে।পাকিস্তানী শ্ব’ হাড কাৰ্ডিত শ্বাহৰুখ খানৰ কথা এনেদৰে কয় মাহনুৰে। 

এই মন্তব্যৰ পাছতে মহনুৰক ছচিয়েল মিডিয়াত ট্ৰ’ল কৰা দেখা গৈছে।  য’ত শ্বাহৰূখৰ অনুৰাগীসকলে মহনুৰক অত্যন্ত  বেয়াকৈ কোৱা দেখা গৈছে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক