--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা ২৮ মাৰ্চত আছিল অভিনেতা সুনীল শ্বেট্টীৰ পুত্ৰ আহান শ্বেট্টীৰ প্ৰেমিকা তানিয়া শ্ৰফৰ জন্মদিন। তানিয়াৰ জন্মদিন উপলক্ষে এক বৃহৎ অনুষ্ঠানৰ আয়োজন কৰা হয়। বলীউডৰ নতুন প্ৰজন্মৰ সকলো তাৰকাই অংশগ্ৰহণ কৰে এই জন্মদিনৰ অনুষ্ঠানত। অনন্যা পাণ্ডেৰ পৰা অগস্ত্য নন্দা, সুহানা খানলৈ সকলো ষ্টাৰকিড্ এই অনুষ্ঠানত উপস্থিত আছিল।

ইতিমধ্যে বলীউডত আৰম্ভ হৈছে সুহানা আৰু অগস্ত্যৰ সম্পৰ্কক লৈ হুলস্থুল। বিশেষকৈ বৰদিনৰ সময়ত কাপুৰ পৰিয়ালৰ দুপৰীয়াৰ আহাৰত যেতিয়া সকলোৱে অগস্ত্যৰ সৈতে সুহানাক দেখিছিল। সকলোৱে কল্পনা কৰিবলৈ আৰম্ভ কৰিছিল। বহুতে ধৰি লৈছিল যে তেওঁলোকে আচলতে ‘ডেটিং’ কৰি আছে। এইবাৰ সেই কল্পনা আৰু শক্তিশালী হৈ উঠিল।

অগস্ত্যই তানিয়াৰ জন্মদিনৰ পাৰ্টিৰ পৰা ওলাই যাওঁতে চুহানাক গাড়ীত উঠাবৰ বাবে আগবাঢ়ি গৈ অগ্যস্তই চুহানাক মিঠাকৈ চুমা খালে। সেই মুহূৰ্ততে এই দৃশ্য কেমেৰাত বন্দী হোৱাৰ পিছত সামাজিক মাধ্যমত আলোচনা আৰম্ভ হ’ল।

প্ৰসংগক্ৰমে চিনেমা জগতত চুহানা আৰু অগ্যস্তক চিনাকি কৰাই দিবলৈ গৈ আছে জয়া আখতাৰৰ ৱেব চিৰিজে ৷ সেই বেৱ চিৰিজৰ মঞ্চতেই দুয়োৰে মাজত কোনো নতুন সম্পৰ্ক আৰম্ভ হৈছে নেকি সেই কথায়ো অনুৰাগীৰ মাজত যথেষ্ট আলোচনাৰ সৃষ্টি কৰিছে৷অৱশ্যে এই সন্দৰ্ভত চুহানা অথবা অগ্যস্তই কোনোধৰণৰ মন্তব্য কৰা নাই। 

এতিয়া সুহানা আৰু অগস্ত্যৰ বন্ধুত্ব এতিয়া কোন দিশলৈ গতি কৰিব সেইয়া হ’ব লক্ষণীয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ