--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰ্চাত আছে ৰাঘৱ চাধা আৰু পৰিণীতি চোপ্ৰাৰ বিবাহ। দুয়োজন দুখন ক্ষেত্ৰত প্ৰতিষ্ঠিত তাৰকা। কিন্তু কিমান সম্পতি আছে তেওঁলোকৰ? কোন বেছিি ধনী? ৰাঘৱ নে পৰিণীতি?

বলিউডৰ সূত্ৰ অনুসৰি উপাৰ্জনৰ ক্ষেত্ৰত পৰিনীতি ৰাঘৱতকৈ বহু আগবাঢ়ি আছে। গুজৱ ওলাইছে যে ৰাঘৱৰ ৩৭ লাখ টকাৰ সম্পত্তি আছে।

সূত্ৰ অনুসৰি, অভিনেত্ৰীগৰাকীৰ বাৰ্ষিক আয় প্ৰায় ৫ কোটি টকা। অৰ্থাৎ পৰিনীতিৰ আয় মাহে ৪০ লাখ টকা। পৰিনীতিৰ সম্পত্তিৰ পৰিমাণ ৬৬ কোটি টকা। বিলাসী ঘৰ, গাড়ীৰ পৰা আৰম্ভ কৰি অভিনেত্ৰীগৰাকীৰ কি নাই!

ছবিৰ উপৰিও পৰিনীতিয়ে কেইবাটাও বিখ্যাত কোম্পানীৰ বিজ্ঞাপনত অভিনয় কৰিছিল। পৰিনীতিৰ মুম্বাইত সাগৰমুখী এপাৰ্টমেণ্ট আছে। এই ঘৰটোৰ সম্ভাৱ্য বজাৰ মূল্য ২২ কোটি টকা।

বিখ্যাত ব্ৰেণ্ডৰ গাড়ী সংগ্ৰহ কৰাৰ চখ পৰিনীতিৰ। তেওঁৰ অ’ডি আৰু জাগুয়াৰ গাড়ীৰ কেইবাটাও মডেল আছে। বেছিভাগ সময়তে পৰিনীতিক নিজৰ জাগুয়াৰ এক্সজেএল মডেল গাড়ীত যাত্ৰা কৰা দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন