--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টাইটানিকৰ ধ্বংসাৱশেষ চাই থকা অৱস্থাত সন্ধানহীন হৈছে পাঁচজন পৰ্যটক। পানীৰ তলত আবদ্ধ হৈ থকা পৰ্যটকসকলৰ ভিতৰত এজন পাকিস্তানী টাইকুন আৰু তেওঁৰ পুত্ৰও আছে। তেওঁ হৈছে শ্বাহজাদা দাউদ নামৰ এজন ব্যৱসায়ী।

জনা যায় যে ডাউদৰ পুত্ৰ চুলেইমানো তেওঁৰ সৈতে সাগৰৰ তলত ছাবমেৰিনত আছিল। অ’চেনগেট নামৰ এটা কোম্পানীয়ে 
তেওঁলোকৰ বাবে টাইটানিকৰ ধ্বংসাৱশেষ ভ্ৰমণৰ ব্যৱস্থা কৰিছিল। পানীৰ তললৈ যোৱাৰ মাত্ৰ ডেৰ ঘণ্টাৰ পিছত ছাবমেৰিনৰ পৃষ্ঠৰ সৈতে পৰ্যটকসকলৰ সকলো যোগাযোগ নোহোৱা হৈ যায়।

শেহতীয়া খবৰ অনুসৰি, চাবমেৰিনখনত মাত্ৰ ৭০ ঘণ্টাৰ অক্সিজেন বাকী আছে। চাৰিদিন পাৰ হোৱাৰ পাছত এতিয়া পাঁচজন যাত্ৰীৰ কি হ’ব তাক লৈ উদ্বিগ্ন হৈ পৰিছে উদ্ধাৰকাৰীসকল।

উল্লেখ্য যে পাকিস্তানৰ অন্যতম ধনী ব্যক্তি হৈছে এই শ্বাহজাদা দাউদ। ২০২২ চনত তেওঁৰ কোম্পানী এনগ্রো কর্পোৰেশ্যনৰ লাভ হয় ৩৫০ বিলিয়ন টকা।

সমগ্ৰ ঘটনাটোত অভিযোগৰ আঙুলিটো তেওঁলোকৰ দায়িত্ব বহন কৰা টুৰিষ্ট সংস্থা অ’চেনগেটৰ ফালে আঙুলিয়াই দিয়া হৈছে। কিন্তু এই সন্দৰ্ভত তেওঁলোকে এতিয়াও একো কোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস