--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ সতৰ্কবাণী৷ সূৰ্য্যত বৃহৎ বিস্ফোৰণৰ আশংকা কৰিছে নছাই যাৰ ফলত তীব্ৰ সৌৰ ধুমুহা সৃষ্টি হ’ব। যদি এই ধুমুহাই পৃথিৱীত আঘাত কৰে তেন্তে ইয়াৰ ফলত পৃথিৱীৰ বৃহৎ ক্ষতি হ’ব পাৰে। সেয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাইও এক সতৰ্কবাণী জাৰি কৰিছে।

নাছাৰ বিজ্ঞানীসকলৰ মতে যিকোনো সময়তে সূৰ্য্যত এক শক্তিশালী বিস্ফোৰণ ঘটিব পাৰে। এই বিস্ফোৰণে পৃথিৱীত আঘাত কৰিলে  পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰক বিঘ্নিত কৰা ফলত ৰেডিঅ’ ব্লেকআউট আৰু বিদ্যুৎ ব্লেকআউট হোৱাৰ আশংকা কৰা হৈছে

সূৰ্য্যৰ গতিবিধি নিৰীক্ষণ কৰা ইছৰ’ই লাডাখত থকা নিজৰ কেন্দ্ৰৰ পৰা তথ্য সংগ্ৰহ কৰি আছে। শেহতীয়া প্ৰতিবেদন অনুসৰি সৌৰ ধুমুহাই ভাৰতীয় উপগ্ৰহসমূহকো প্ৰভাৱিত কৰিব পাৰে। ইণ্ডিয়ান ইনষ্টিটিউট অৱ এষ্ট্ৰ’ফিজিক্সৰ সঞ্চালক ড০ অন্নপূৰ্ণি সুব্ৰমণিয়ানে সদৰি কৰিছে যে সূৰ্য্যত বিস্ফোৰণৰ কণা, শক্তি, চুম্বকীয় ক্ষেত্ৰ আৰু পদাৰ্থৰ মিশ্ৰণৰ ফলত হয়। এবাৰ বিস্ফোৰণ হ’লে সৌৰ ধুমুহাই ঘণ্টাত ২৫০ৰ পৰা ৩০০০ কিলোমিটাৰ বেগত পৃথিৱীলৈ গতি কৰিব পাৰে, যিটো পৃথিৱীৰ বাবে বিপদজনক হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ