--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজিৰ যুগত বৰ্ধিত ওজন আৰু নিয়ন্ত্ৰণ কৰাটো এটা ডাঙৰ সমস্যা হৈ পৰে। বিশেষজ্ঞসকলৰ মতে মেদবহুলতাৰ বাবে মানসিক অশান্তিৰ সন্মুখীন হয়। আচলতে মেদবহুলতাৰ কাৰণ হৈছে ভুল খাদ্যাভ্যাস আৰু অত্যধিক জাংকফুড খোৱা। এবাৰ ওজন বৃদ্ধি হ’লে কম কৰাটো অতি কঠিন হৈ পৰে। ইয়াৰ বাবে নিয়মীয়া ব্যায়ামৰ প্ৰয়োজন। ইয়াৰ উপৰি বহু গৱেষণাত দাবী কৰা হৈছে যে ইয়াত এনে বহুতো পুষ্টিকৰ উপাদান থাকে যিয়ে বৃদ্ধি পোৱা ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

 ১. ওজন হ্ৰাস কৰাত সহায়কঃ-তেজপাত প্ৰায়ে পাকঘৰত ব্যৱহাৰ কৰা হয়, কিন্তু ইয়াৰ দ্বাৰা ওজন কমাব পাৰি, আঁহৰ গুণাগুণ তেজপাতত পোৱা যায়, আঁহযুক্ত খাদ্য গ্ৰহণে পাচনতন্ত্ৰ শক্তিশালী কৰাৰ লগতে তেজপাতে কেলৰি কম কৰাৰ গুণ পোৱা যায়।

২. উচ্চ ৰক্তচাপঃ-যদি আপুনি উচ্চ ৰক্তচাপৰ সৈতে যুঁজ দি আছে, তেন্তে দিনটোত এবাৰ হ’লেও তেজপাতৰ চাহ খালে ফলপ্ৰসূ হ’ব পাৰে। তেজপাতত পলিফিনল নামৰ এবিধ উপাদান পোৱা যায়। ই ৰক্তচাপৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে।

৩. তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাঃ-ইয়াত ফাইটোকেমিকেল থাকে যিয়ে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। তেজপাতৰ চাহ খালে ডায়েবেটিছৰ লক্ষণসমূহ বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰি।

 ৪. চুলি আৰু ছালৰ বাবে উপকাৰীঃ-বিশেষজ্ঞসকলৰ মতে তেজপাতত ভিটামিন-চি, আইৰণ, পটাছিয়াম, কেলচিয়াম আৰু মেগনেছিয়ামৰ প্ৰচুৰ পৰিমাণে পোৱা যায়।

৫. মানসিক চাপৰ পৰা উপশমঃ-যদি আপুনি মানসিক চাপৰ সৈতে যুঁজি আছে তেন্তে এই চাহ দৈনিক খাব। ইয়াত linalool compoundৰ পোৱা যায়, যিটোৱে মানসিক চাপ কমোৱা বুলি সকলোৱে জানে।

৬. তেজপাতৰ চাহ কেনেকৈ বনাব-

* এটা বা দুটা তেজপাত

* ডালচেনিৰ গুড়ি আধা চামুচ

* দুকাপ পানী

ৰেচিপিঃ-এইটো বনাবলৈ প্ৰথমে তেজপাত আৰু দালচেনি পানীত দি ৫ মিনিট উতলাই লওক। গেছ বন্ধ কৰি ৩ৰ পৰা ৪ মিনিট ঢাকি ৰাখিব।

এতিয়া আপুনি ইয়াক চেকি লৈ ইচ্ছা কৰিলে তাত নেমু বা মৌ দি খাব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ