--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কা : ভাৰতীয় লোকৰ ঘৰত নৰসিংহ পাতৰ বহুলভাৱে ব্যৱহাৰ কৰা হয়। বিশেষকৈ দক্ষিণ ভাৰতীয় লোকৰ ঘৰত খাদ্যৰ অধিক ব্যৱহাৰ হয়। এই পাতে যিকোনো খাদ্যৰ সোৱাদ বৃদ্ধি কৰিব পাৰে। বহুতে বজাৰৰ পৰা নৰসিংহ পাত কিনি অনাৰ বিপৰীতে আন একাংশই ঘৰতে পাত্ৰত এই গছ ৰোপণ কৰে।

 নৰসিংহ পাত স্বাস্থ্যৰ এক সম্পদ-

ফছফৰাছ, কেলচিয়াম, আইৰন, কপাৰ, ভিটামিন আৰু মেগনেছিয়ামৰ দৰে পুষ্টিকৰ উপাদান এই পাতত পোৱা যায়, যিয়ে শৰীৰক বহু দিশত উপকৃত কৰাৰ কাম কৰে। প্ৰতিদিনে পুৱা ৩ৰ পৰা ৪টা সেউজীয়া পাত চোবাই খালে কি কি উপকাৰ হয় জানো আহক।

 তৰকাৰী পাত খোৱাৰ প্ৰচণ্ড উপকাৰ-

১. চকুৰ বাবে ভালঃ-নৰসিংগ পাত খালে কুকুৰকণা বা চকুৰ লগত জড়িত আন বহুতো ৰোগৰ আশংকা দূৰ হয়। কাৰণ ইয়াত প্ৰয়োজনীয় পুষ্টিকৰ উপাদান ভিটামিন-এ পোৱা যায়, যিয়ে চকুৰ দৃষ্টিশক্তি বৃদ্ধিত সহায় কৰে।

২. ডায়েবেটিছত সহায়কঃ-ডায়েবেটিছ ৰোগীয়ে এই পাত নিয়মীতভাৱে সেৱনৰ পৰামৰ্শ দিয়া হয়। কাৰণ ইয়াত হাইপ’গ্লাইচেমিক গুণ থাকে যিয়ে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে।

৩. হজম শক্তি ভাল হয়ঃ-নৰসিংহ পাত প্ৰতিদিনে পুৱা খালী পেটত চোবাই খালে পাচনতন্ত্ৰ শক্তিশালী কৰে আৰু কোষ্ঠকাঠিন্য, এচিডিটি, পেট ফুলাকে ধৰি পেটৰ সকলো সমস্যাৰ পৰা মুক্তি দিয়ে।

৪. সংক্ৰমণৰ পৰা সুৰক্ষাঃ-নৰসিংহ পাতত এন্টিফাংগেল আৰু এন্টিবায়টিক গুণ পোৱা যায়, যাৰ ফলত বহু ধৰণৰ সংক্ৰমণ ৰোধ হয়।

৫. ওজন হ্ৰাস হয়ঃ-তৰকাৰীৰ পাত চোবাই খালে ওজন আৰু পেটৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰে কাৰণ ইয়াত ইথাইল এচিটেট, মাহানিম্বিন আৰু ডাইক্ল’ৰ’মিথেন আদি পুষ্টিকৰ উপাদান থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ