--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কুকুৰৰ সৈতে হয়তো তেওঁৰ কিবা কথাত শত্ৰুতা হৈছিল। সেয়ে গাড়ীৰে আহি ২০ টাকৈ পথৰ কুকুৰ গুলীয়াই হত্যা কৰিলে লোকজনে। এজন অচিনাক্ত ব্যক্তিয়ে তেলেংগানাত পথৰ কুকুৰৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰাৰ ফলত ২০ টাকৈ কুকুৰৰ মৃত্যু ঘটে। ইয়াৰ পিছতে লোকজনে গাড়ীৰে ঘটনাস্থলীৰ পৰা পলাই যায়। ঘটনাটো তেলেংগানাৰ পোন্নাকাল গাঁৱত সংঘটিত হৈছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু  এটা গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি এজন অচিনাক্ত ব্যক্তিয়ে ২০ টা পথৰ কুকুৰক গুলীয়াই হত্যা কৰাৰ আঁৰত কি কাৰণ থাকিব পাৰে সেয়া জানিব পৰা হোৱা নাই। আৰক্ষীয়ে গাওঁবাসীৰ পৰা খবৰ পোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত হৈছিল। তাৰ পিছত ২০ টা কুকুৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আন পাঁচটা  কুকুৰক আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা হৈছে। 

কুকুৰৰ হত্যাকৰা লোকজনৰ  সন্ধান ইতিমধ্যে আৰম্ভ হৈছে। আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে, যাৰ ভিতৰত আছে ধাৰা ৪২৯ (পশু হত্যা আৰু অঙ্গহানি) ধাৰাও। পঞ্চায়তৰ  অভিযোগৰ ভিত্তিত অস্ত্ৰ আইনৰ অধীনত আন এটা গোচৰো ৰুজু কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক