--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মেইটেই সম্প্ৰদায়ৰ এজন লোকে পথাৰত হাল বাবলৈ যাওঁতে কুকি জনগোষ্ঠীৰ লোকে বাধা দিয়ে দুই জনগোষ্ঠীৰ মাজত চলি থকা সংঘৰ্ষৰ বাবে মেইটেই লোকজন মাটিডৰালৈ যাব পৰা নাছিল

ডিজিটেল ডেস্ক : মণিপুৰত মেইটেই আৰু কুকি জনগোষ্ঠীৰ লোকৰ মাজত সংঘাতৰ ঘটনা পুনৰ সংঘটিত হৈছে ৰাজ্যখনৰ ইম্ফল ইষ্ট আৰু কাংপকপী জিলাৰ মাজৰ এখন গাঁৱত।


মেইটেই সম্প্ৰদায়ৰ এজন লোকে পথাৰত হাল বাবলৈ যাওঁতে কুকি জনগোষ্ঠীৰ লোকে বাধা দিয়ে। দেওবাৰে পুৱা নিজৰ মাটিত ট্রেক্টৰেৰে হাল বাবলৈ যোৱাৰ সময়ত কুকি জনগোষ্ঠীৰ এদল লোকে তেওঁক বাধা দিয়ে বুলি মেইটেই কৃষকজনে নিৰাপত্তা বাহিনীক অৱগত কৰে। লেইটানপকপী গাঁৱত থকা নিজৰ মাটিডৰাত হাল বাবলৈ যোৱাৰ সময়ত মেইটেই কৃষকজনক বাধা দি কুকি দলটোৱে মাটিডৰা তেওঁলোকৰ বুলি দাবী কৰে। দুই জনগোষ্ঠীৰ মাজত চলি থকা সংঘৰ্ষৰ বাবে মেইটেই লোকজন মাটিডৰালৈ যাব পৰা নাছিল। কিন্তু দেওবাৰে তেওঁ মাটিডৰাত হাল বাবলৈ যাওঁতেই বিবাদৰ সূত্রপাত হয়। ইয়াৰ পাছতে দুয়োপক্ষৰ মাজত শিলগুটি দলিওৱাৰ ঘটনা সংঘটিত হয়। ইয়াৰ পাছতে নিৰাপত্তা বাহিনী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক