--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাম মন্দিৰৰ বিষয়টোক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে। তেওঁ কয় যে অনুষ্ঠানটোলৈ নহাকৈ থাকি  কংগ্ৰেছে দিয়া বাৰ্তাটো দেশৰ ৰাইজে স্মৰণ কৰিব।

নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় অধিৱেশনত ভাষণ দি শ্বাহে কয়  "মই আজি কংগ্ৰেছক সতৰ্ক কৰি দিব বিচাৰো। ৰাম লালাৰ জীৱন প্ৰতিষ্ঠা অনুষ্ঠানৰ  আমন্ত্ৰণ প্ৰত্যাখ্যান কৰি তেওঁলোকে  কেৱল সেই ঐতিহাসিক মুহূৰ্তটো চাবলৈ যে অনিচ্ছুক আছিল সেয়াই নহয়, তেওঁলোকে দেশখনক  মহান কৰি তোলাৰ প্ৰক্ৰিয়াৰ পৰা নিজকে আঁতৰাই ৰাখিছিল। দেশৰ মানুহে সকলো দেখিছে আৰু সকলো কথা মনতো ৰাখিব। "

ভাষণত গৃহমন্ত্ৰীয়ে  ইণ্ডিয়া এলায়েন্সকো আক্ৰমণ কৰে। শ্বাহে কয় "তেওঁলোকৰ (ইণ্ডিয়া মিত্ৰজোঁটৰ) ৰাজনৈতিক লক্ষ্য কি? প্ৰধানমন্ত্ৰীয়ে এখন স্বাৱসম্বী ভাৰত গঢ়ি তুলিব বিচাৰিছে আৰু ছোনিয়া গান্ধীয়ে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী কৰিব বিচাৰিছে। পাৱাৰৰ  লক্ষ্য হৈছে তেওঁৰ কন্যাক মুখ্যমন্ত্ৰী পদত বহুৱা। এম কে ষ্টালিনে তেওঁৰ পুত্ৰক মুখ্যমন্ত্ৰী  কৰিব  বিচাৰে। লালু যাদৱে তেওঁৰ পুত্ৰক মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে।’’ শ্বাহে প্ৰশ্ন কৰে, "যিসকলে নিজৰ পৰিয়ালৰ বাবে ক্ষমতা দখল কৰিব বিচাৰে, তেওঁলোকে কেতিয়াবা দৰিদ্ৰ লোকৰ কল্যাণৰ কথা ভাবিব পাৰিবনে?"


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী