--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • টেক্সাছত হোৱা বানত আটাইতকৈ বেছি লোকৰ মৃত্যু হৈছে কেৰ কাইণ্টিত।

ডিজিটেল ডেস্কঃ সন্ধানহীন লোকৰ বাবে উদ্ধাৰ অভিযান চলি থকাৰ মাজতে আমেৰিকাৰ টেক্সাছ প্রদেশত হোৱা প্রলয়ংকৰী বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮২জনলৈ বৃদ্ধি পাইছে।


টেক্সাছৰ গৱৰ্নৰ গ্রেগ এব'টে দেওবাৰে কয় যে আমেৰিকাৰ দক্ষিণৰ ৰাজ্যখনত বানৰ তিনি দিনৰ পাছতো ৪১জন সন্ধানহীন হৈ আছে। তেওঁৰ মতে, সন্ধানহীন লোকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। টেক্সাছত হোৱা বানত আটাইতকৈ বেছি লোকৰ মৃত্যু হৈছে কেৰ কাইণ্টিত।


দেওবাৰে কেৰ কাউন্টিৰ শ্বেৰিফ লেৰী লেইথাই কয় যে উদ্ধাৰকাৰীয়ে ২৮টি শিশুকে ধৰি ৬৮গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰে।


২৮টি শিশুৰ মৃতদেহৰ বেছিভাগেই হৈছে ছোৱালীৰ বাবে অনুষ্ঠিত কৰা খ্ৰীষ্টান গ্রীষ্মকালীন শিবিৰ কেম্প মিষ্টিকৰ পৰা সন্ধানহীন হোৱা ছোৱালীৰ। কেৰৰ বাহিৰেও ট্রেভিছ কাউন্টি, বার্নেট কাউন্টি, কেণ্ডল কাউন্টি আৰু টম গ্রীন কাউন্টিতো মানুহৰ মৃত্যুৰ বাতৰি পোৱা গৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ