--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বাৰ এছ'চিয়েশ্যনেৰে সংযুক্ত থকা দীর্ঘ অভিজ্ঞতা সুঁৱৰি দাৱেই কয় যে সর্বোচ্চ ন্যায়ালয়ত বহু ভাল ন্যায়াধীশ আছে। কিন্তু দুর্নীতিপৰায়ণ ন্যায়াধীশৰ সংখ্যা গণি শেষ কৰিব নোৱাৰা বিধৰ।

ডিজিটেল ডেস্ক: উচ্চতম ন্যায়ালয়ৰ ভিতৰচ'ৰাত দুর্নীতি-অনিয়মে ছানি ধৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জ্যেষ্ঠ অধিবক্তা দুষ্যন্ত দাৱেই। তিৰুৱনন্ত পুৰমত ১৭ সংখ্যক কে এম বছিৰ স্মাৰক বক্তৃতা প্রদান কৰি দাৱেই সর্বোচ্চ আদালতক তীব্র সমালোচনা কৰি কয় যে উচ্চতম ন্যায়ালয় সম্প্রতি দুর্নীতিপৰায়ণ ন্যায়াধীশেৰে ভৰি পৰিছে। এই দুর্নীতিপৰায়ণ ন্যায়াধীশসকলে ন্যায় ব্যৱস্থাত বৃহৎ আঘাত হানিছে বুলিও তেওঁ কয়। 


বাৰ এছ'চিয়েশ্যনেৰে সংযুক্ত থকা দীর্ঘ অভিজ্ঞতা সুঁৱৰি দাৱেই কয় যে সর্বোচ্চ ন্যায়ালয়ত বহু ভাল ন্যায়াধীশ আছে। কিন্তু দুর্নীতিপৰায়ণ ন্যায়াধীশৰ সংখ্যা গণি শেষ কৰিব নোৱাৰা বিধৰ। তেওঁ আৰু কয় যে ধনী আৰু ক্ষমতাশালী শ্রেণীয়ে ন্যায় ব্যৱস্থাটো সম্পূর্ণ নিজৰ কৰি ল'লে। 


ইফালে, ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনীৰ (এছ আই আৰ) জৰিয়তে দেশৰ বৃহৎ সংখ্যক ভোটাৰৰ ভোটাধিকাৰ কাঢ়ি নিয়াৰ বাবে তেওঁ উচ্চতম ন্যায়ালয়ৰ লগতে নির্বাচন আয়োগক কটাক্ষ কৰি ধন্যবাদ জ্ঞাপন কৰে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন