--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় মহিলা ক্ৰিকেট দলে আজি পাকিস্তানৰ বিৰুদ্ধে আইচিচি মহিলা টি-২০ বিশ্বকাপত জয়েৰে অভিযান আৰম্ভ কৰিছে৷ টি২০ বিশ্বকাপৰ প্ৰথমখন মেচত জয়লাভ কৰিলে ভাৰতে। জেমিমা ৰ'ড্ৰিগুৱেজ আৰু ৰিছা ঘোষৰ দুৰ্দান্ত বেটিঙৰ দ্বাৰা ভাৰতে পাকিস্তানক সাত  উইকেটত পৰাস্ত কৰিছে।


পাকিস্তানে টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত লয়। চাৰিটা উইকেট হেৰুৱাই নিৰ্ধাৰিত বিশ অভাৰত সংগ্ৰহ কৰে ১৪৯ ৰান।

১৫০ ৰানৰ লক্ষ্য লৈ ভাৰতে সুন্দৰ আৰম্ভণি কৰে। প্ৰথম উইকেটৰ যুটিত সংগ্ৰহ হয় ৫.৩ অভাৰত ৩৮ ৰান।

তাৰপাছত সোনকালেই কেইবাটাও উইকেট পতন হ’লেও জেমিমা আৰু ৰিছাৰ বেটিঙৰ দ্বাৰা ভাৰতে এক অভাৰ বাকী থাকোতেই বিজয়লক্ষ্যত উপণীত হয়। জেমিমাই ৫৩ (৩৮) ৰাণ কৰাৰ বিপৰীতে ৰিছাই কৰে ৩১ (২০) ৰান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক