--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে টি-২০ বিশ্বকাপত জয়লাভ কৰে আফগানিস্তানে। অষ্ট্ৰেলিয়াৰ দৰে শক্তিশালী দেশ হৰুৱাইছে। দলটোৰ ক্ৰিকেটাৰ মহম্মদ নবীয়ে সেই মেচত এক নজিৰ গঢ়ি তুলিছিল। তেওঁ টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ৪৫খন দেশৰ বিৰুদ্ধে জয়লাভ কৰাৰ নজিৰ গঢ়ি তুলিছে। এই অভিলেখ আন কাৰো নাই।

আফগানিস্তানে টি-২০ বিশ্বকাপত বহু দেশৰ বিৰুদ্ধে মেচ খেলিছে। কেৱল টেষ্ট খেলেই নহয়, সদস্য দেশৰ বিৰুদ্ধেও জয়লাভ কৰিছে। ডেনমাৰ্ক, বাহৰেইন, মালয়েছিয়া, চৌদি আৰব, কুৱেইট, কাটাৰ, ইৰাণ, থাইলেণ্ড, জাপান, বাহামা, বটছৱানা, জাৰ্চি, তাঞ্জানিয়া, ফিজি, ইটালী, আৰ্জেণ্টিনা, পাপুয়া নিউ গিনি, কেমেন দ্বীপপুঞ্জ, ছিংগাপুৰ, ট্ৰিনিদাদ আৰু ট’বাগো, ভূটান, মালদ্বীপ, বাৰ্বাডোছৰ দৰে দেশৰ বিৰুদ্ধে টি-২০ত জয়ী হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান