--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতীয় ক্ৰিকেটাৰসকলে বল বিকৃত কৰিছিল নেকি? পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ইনজামাম উল হকে এনে অভিযোগ উত্থাপন কৰিছে। অষ্ট্ৰেলিয়াক ২৪ ৰানত পৰাস্ত কৰে ভাৰতে। ছেইণ্ট লুচিয়া খেলপথাৰত সেই জয়ৰ পাছত ৰোহিত শৰ্মাই ছেমি ফাইনেলত প্ৰৱেশ কৰে।

আৰ্শদীপ সিঙে যি ধৰণে ৰিভাৰ্ছ ছুইং কৰি আছে সেয়া সম্ভৱ নহয় বুলি অভিযোগ কৰে ইনজামামে। ৰিভাৰ্ছ ছুইং পুৰণি বলৰ বাবেই হয়। কিন্তু টি-২০ ক্ৰিকেটত বলৰ বয়স বৰ বেছি নহয়। গতিকে ইয়াক ৰিভাৰ্ছ ছুইং কৰাটো কঠিন। ইঞ্জিয়ে কয়, ‘আৰ্ছদীপে বলিং কৰাৰ সময়ত (১৬ নং অভাৰত) ৰিভাৰ্ছ ছুইং কৰিছিল। বলটো তেতিয়াও নতুন। ইমান সোনকালে ৰিভাৰ্ছ ছুইং কৰাটো সম্ভৱনে? ১২-১৩ অভাৰৰ পৰা বলটো ওলোটাকৈ দোল খাইছিল। আম্পায়াৰসকলে চকু মুকলি কৰি ৰাখিব লাগে।"

এটা সময়ত পাকিস্তান দলৰ বিৰুদ্ধে বল খেলা-ধূলা কৰাৰ অভিযোগ উত্থাপন হৈছিল। বহু ক্ৰিকেটাৰকো শাস্তি দিয়া হৈছে। ২০১৮ চনত অষ্ট্ৰেলিয়াই বল টেম্পাৰ কৰাৰ অভিযোগো উত্থাপন হৈছিল। যাৰ বাবেই ষ্টিভ স্মিথৰ দৰে ক্ৰিকেটাৰক নিৰ্বাসিত কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ