--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তান ক্ৰিকেট দলটোক ডাঙৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন। টি-২০ বিশ্বকাপত ভাৰত-পাকিস্তানৰ খেলৰ পিছতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকৱীৰ স্থিতি কঠিন হৈ পৰিছে । প্ৰথমখন মেচত আমেৰিকা আৰু দ্বিতীয়খন মেচত ভাৰতৰ হাতত বাবৰ পৰাজয়ৰ পিছত পিচিবিৰ মুৰব্বীগৰাকী ক্ষুব্ধ হৈ পৰে।

নিউয়ৰ্কত তেওঁ কয়, “মই ভাবিছিলো যে সৰু সৰু অস্ত্ৰোপচাৰে কাম কৰিব। এতিয়া দেখিছোঁ যে এটা ডাঙৰ অস্ত্ৰোপচাৰ কৰিব লাগিব।’’

নাকভিয়ে ক’লে, “আমি আমেৰিকাৰ হাতত পৰাস্ত হৈছিলো। ইয়াতকৈ বেছি হতাশাজনক কি হ’ব পাৰে। ভাৰতৰ হাতত পৰাজয় গ্ৰহণযোগ্য নহয়। এতিয়া দলৰ বাহিৰত থকা ক্ৰিকেটাৰসকলক লক্ষ্য কৰাৰ সময় আহি পৰিছে।’’

বাবৰৰ প্ৰদৰ্শন সন্দৰ্ভত নকভিয়ে কয় যে, “সকলোৱে জানিব বিচাৰে যে দলটোৱে কিয় আশা কৰা ধৰণে খেলিব পৰা নাই। এতিয়া চলি আছে বিশ্বকাপ। এতিয়া একো কৰা নহ’ব। কিন্তু আমি নিশ্চয় আলোচনা কৰিম। সকলো চোৱাচিতা কৰা হ'ব।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ