--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপত এতিয়াও এমাহতকৈও অধিক সময় বাকী আছে। ক্ৰিকেট প্ৰেমীসকলে এতিয়া উপভোগ কৰিছে আই পি এল। প্ৰতিযোগী ৰাষ্ট্ৰসমূহে মাত্ৰ ঘোষণা কৰিছে বিশ্বকাপৰ বাবে নিজৰ দল। ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভ’গানে ঘোষণা কৰিলে চাৰিজন সম্ভাৱ্য ছেমি ফাইনেলিষ্টৰ নাম। তেওঁ বাছি লোৱা চাৰিটা দলত স্থান লাভ কৰিব নোৱাৰিলে ভাৰত।

ছ’চিয়েল মিডিয়া পোষ্টত টি-২০ বিশ্বকাপৰ চাৰিখন ছেমি ফাইনেলিষ্ট হিচাপে ইংলেণ্ড, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ নাম লিখা হৈছে। ভ’গানে ভাৰতকে ধৰি এছিয়াৰ কোনো এখন দেশক সম্ভাৱ্য ছেমি ফাইনেলিষ্ট হিচাপে এককভাৱে উল্লেখ কৰা নাই।

 ইংলেণ্ডৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে ইংলেণ্ড, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজক কিয় বাছি লৈছিল তাৰ কোনো ব্যাখ্যা ছ’চিয়েল মিডিয়াত দিয়া নাছিল। আকৌ ভাৰত, পাকিস্তান, নিউজিলেণ্ডৰ দৰে দেশ নথকাৰ কাৰণ দিয়া নহ’ল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ নগৰবেৰাৰ যুৱক; সন্ধান দিওঁতালৈ ২০ হাজাৰ টকাৰ পুৰস্কাৰ
Advertisement