--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপৰ ছুপাৰ এইট ৰাউণ্ডত খেলিবলৈ ৱেষ্ট ইণ্ডিজত উপস্থিত হৈছে। ২০ জুনত আফগানিস্তানৰ বিৰুদ্ধে ৰোহিত শৰ্মাৰ প্ৰথমখন খেল। আত্মবিশ্বাসী ভাৰতীয় দল। বিৰাট কোহলী, ৰিংকু সিংহে ৱেষ্ট ইণ্ডিজৰ সাগৰৰ পাৰত উল্লাসৰ আমেজ লয়৷

ফ্ল’ৰিডাত কানাডাৰ বিৰুদ্ধে ভাৰতৰ খেলখন বৰষুণৰ বাবে পৰিত্যক্ত হৈ পৰিল। তাৰ পৰাই ৰোহিত-কোহলি বাৰ্বাডোছলৈ গুচি যায়। তাত ভাৰতীয় ক্ৰিকেটাৰক দেখা গ’ল বালিচৰত। ক্ৰিকেট এৰি আন খেল খেলে। সাগৰৰ পাৰৰ ৰূপালী বালিত খেল চলি থাকিল।

সাগৰৰ পাৰতে ভাৰতীয় দলৰ হোটেল। তাৰ সন্মুখত এখন ধুনীয়া বীচ। তাতে কোহলী, ৰিংকু, আৰাশদ্বীপ সিঙে ভলীবলৰ আমেজ লয়। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে ক্ৰিকেটপ্ৰেমীৰ সৈতে বিচ ভলীবল খেলাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। 

টি-২০ বিশ্বকাপত এতিয়াও অপৰাজিত হৈ আছে ভাৰত। পাকিস্তানৰ বিৰুদ্ধেও বিজয় আহিল। স্বাভাৱিকতে ভাৰতীয় ক্ৰিকেটাৰসকলে লঘু আমেজত বিশ্বকাপ উপভোগ কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ