--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট জগতত উগাণ্ডা কোনো চিনাকি নাম নহয়। অৱশ্যে এই আফ্ৰিকান দেশখন পৰৱৰ্তী টি-২০ বিশ্বকাপৰ অন্যতম প্ৰতিদ্বন্দ্বী। সেই দেশৰ এজন ক্ৰিকেটাৰে নতুন আদৰ্শ দাঙি ধৰিব পাৰে।

উগাণ্ডাই টি-২০ বিশ্বকাপৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰিছে। দলটোত আছে ৪৩ বছৰীয়া অফ স্পিনাৰ ফ্ৰেংক নুবুগা। বিশ্বকাপত তেওঁৰ ৰেকৰ্ড কৰাৰ সুযোগ আছে। 

তেওঁ বিশেষ একো কৰিব নালাগে। যিকোনো মেচতে প্ৰথম এঘাৰত থাকিব লাগিব। তেতিয়াহে নুবুগাই টি-২০ বিশ্বকাপত আটাইতকৈ বয়সীয়াল ক্ৰিকেটাৰ হিচাপে অভিষেক ঘটোৱাৰ নজিৰ গঢ়ি তুলিব। একে সময়তে তেওঁ পৰৱৰ্তী বিশ্বকাপত আটাইতকৈ বয়সীয়াল ক্ৰিকেটাৰ হ’বলৈ গৈ আছে।

১৬ বছৰ বয়সত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটা নুবুগাৰে। প্ৰথমবাৰৰ বাবে ১৯৯৭ চনত আইচিচি ট্ৰফীত উগাণ্ডাৰ হৈ খেলিছিল। ৫৪ বছৰীয়া স্পিনাৰগৰাকীয়ে দেশৰ হৈ ৫৪খন টি-২০ মেচ খেলি ৫৫টা উইকেট দখল কৰিছে। তেওঁ প্ৰতি অভাৰত ৪.৭৯ ৰান খৰচ কৰে। অহা আগষ্ট মাহত নুবুগাই ৪৪ বছৰ সম্পূৰ্ণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ