--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা ৯ জুনত নিউয়ৰ্কত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে খেলিব পাকিস্তানে। আৰু এতিয়াৰ পৰা পাকিস্তানৰ অধিনায়ক বাবৰ আজমে বিৰাট কোহলীৰ কথা ভাবিবলৈ ধৰিছে৷

আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলা খেলিবলৈ যোৱাৰ পূৰ্বে বাবৰে সাংবাদিকৰ আগত কয় যে তেওঁলোকে বিৰাটক ৰখাবলৈ প্ৰয়োজনীয় কৌশল প্ৰস্তুত কৰিব। বাবৰে সাংবাদিকৰ আগত কয় - ‘‘আমি সকলো পক্ষৰ বিৰুদ্ধে কৌশল প্ৰস্তুত কৰি আছো। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ বিৰাট কোহলী। আমি তেওঁৰ বিৰুদ্ধেও পৰিকল্পনা কৰিম।''

২০২২ চনৰ টি-২০ বিশ্বকাপত কোহলীয়ে ৫৩টা বলত ৮২ ৰান সংগ্ৰহ কৰি প্ৰায় এককভাৱে পাকিস্তানক পৰাস্ত কৰিছিল। যিটো বাবৰে এতিয়াও পাহৰিব পৰা নাছিল। আজিৰ দিনটোতে পাকিস্তান ব’ৰ্ডে আন এক ডাঙৰ ঘোষণা কৰে। খবৰ পোৱা গৈছে যে যদি বিশ্বকাপ জয় হয় তেন্তে প্ৰতিজন ক্ৰিকেটাৰক ভাৰতীয় মুদ্ৰাত প্ৰায় ৮৩ লাখ ৫০ হাজাৰ টকা প্ৰদান কৰা হ’ব। ছ’চিয়েল মিডিয়াত এই কথা কয় ব’ৰ্ডে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement