--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আঘাতৰ পৰা সুস্থ হৈ খেলপথাৰলৈ উভতি আহিছিল ঋষভ পন্ত। ক্ৰিকেট প্ৰেমীৰ এটা অংশই তেওঁক আগন্তুক টি-২০ বিশ্বকাপ দলত চাব বিচাৰিছে। কিন্তু সৌৰভ গংগোপাধ্যায় নিশ্চিত নহয়। তেওঁৰ মতে, পন্থ সন্দৰ্ভত কোনো মন্তব্য কৰাৰ সময় এতিয়াও হোৱা নাই।

দিল্লীৰ ক্ৰিকেট সঞ্চালক সৌৰভে অনুভৱ কৰিছে যে টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিবলৈ তেওঁ এতিয়াও পৰ্যাপ্ত কাম কৰা নাই। মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে দলৰ অধিনায়ক সন্দৰ্ভত তেওঁ কয় যে পন্থ সম্পূৰ্ণ ফিট। ভাল ফৰ্মত আছে। বেটিং আৰু উইকেট কিপিং দুয়োটাই অতি ভাল কাম কৰি আছে। কিন্তু তেওঁ আৰু কেইখনমান মেচ খেলিব লাগিব। যদি ৰাষ্ট্ৰীয় নিৰ্বাচকসকলে তেওঁক বিচাৰে তেন্তে তেওঁ বিশ্বকাপৰ দলত থাকিব। কিন্তু আৰু অন্ততঃ আৰু এসপ্তাহ চোৱাৰ পিছত বিচাৰ কৰিব পাৰি।”

সৌৰভে অনুভৱ কৰিছে যে আই পি এলত ভাল খেলাৰ পিছতো ভাৰতীয় দলত স্থান পাবলৈ তেওঁ এতিয়াও বিশেষ একো কৰিব পৰা নাই। তেওঁ বুজিব বিচাৰিছিল যে আই পি এলত পন্থে কেনে প্ৰদৰ্শন কৰিছে সেয়া দলত স্থান পোৱাৰ ওপৰত নিৰ্ভৰ কৰিব। মাত্ৰ চাৰিখন মেচৰ প্ৰদৰ্শন চাই বিচাৰ কৰাটো ন্যায্য নহ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ