--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ তিহাৰ কাৰাগাৰত গেং ৱাৰৰ এক বৃহৎ ঘটনা পোহৰলৈ আহিছে। জানিব পৰা গৈছে যে এই ঘটনাত গেংষ্টাৰ প্ৰিন্স তেৱতিয়াক ছুৰীৰে আঘাত কৰি হত্যা কৰা হৈছে৷ তিহাৰ জেলৰ পি আৰ অ’ অৰবিন্দ কুমাৰে কয় যে ১৪ এপ্ৰিল শুকুৰবাৰে সন্ধিয়া ৫.৩০ বজাত তিহাৰৰ ৩ নং জেলত গেং ৱাৰ সংঘটিত হৈছিল, য’ত ৪ জন কয়দী আহত হৈছিল। আহত আটাইকেইজনকে দীন দয়াল হাস্পতালত ভৰ্তি কৰোৱা হৈছে। য'ত চিকিৎসকে প্ৰিন্স তেৱতিয়াক মৃত ঘোষণা কৰে।

অৰবিন্দ কুমাৰে কয় যে "ইয়াৰ পিছত ৩ নং কাৰাগাৰত কেন্দ্ৰীয় চিকিৎসালয় আছে। তাত তেওঁক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়, তাৰ পিছত তেওঁক দিল্লীৰ দীন দয়াল চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তাত চিকিৎসকে প্ৰিন্স তেৱতিয়াক মৃত ঘোষণা কৰে। অৱশ্যে বাকীকেইজন ক্ৰমে ববি, বিনয় আৰু আটাটুৰ ৰহমানৰ অৱস্থা সুস্থিৰ হৈ আছে।"

উল্লেখযোগ্য যে গেংষ্টাৰ প্ৰিন্স তেৱাটিয়াৰ এজন ভাতৃ আৰু এগৰাকী ভগ্নী আছে। তেওঁৰ পিতৃ ডি ডি এৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। প্ৰিন্সৰ পঢ়া-শুনাৰ প্ৰতি তেওঁৰ আগ্ৰহ নাছিল। দশম মানলৈকে পঢ়াৰ পিছত তেওঁৰ কলনীৰ অসৎ মানুহৰ সংস্পৰ্শলৈ আহিছিল। ২০০৮ চনত প্ৰথমবাৰৰ বাবে প্ৰিন্সৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ