--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুয়োজন ছাত্ৰই একেগৰাকী সহপাঠীনীৰে প্ৰেমত পৰিছে। সেইবাবেই মধ্যপ্ৰদেশৰ ভূপালৰ মাখনলাল চতুৰ্বেদী ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ত ধূন্ধুমাৰ কাণ্ড সংঘটিত হ’ল। সূত্ৰৰ পৰা জানিব পৰা মতে, প্ৰথমে দুয়োগৰাকী ছাত্ৰই মাজত কাজিয়াত লিপ্ত হয়। তাৰ এজনে বিশ্ববিদ্যালয়ৰ বাহিৰৰ পৰা লগৰ কিছুমানক মাতি আনে। সেই দলটোৱে হোষ্টেলত প্ৰৱেশ কৰি হাংগামা চলায়।

জানিব পৰা মতে, সহপাঠীনীৰ লগত কাৰ সম্পৰ্ক হ’ব সেই লৈ ছাত্ৰ দুজনৰ মাজত কাজিয়া হৈছিল। তাৰপাছতে এদল ল’ৰাই বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰি হাংগামা চলালে। হোষ্টেল আৰু বিশ্ববিদ্যালয়ৰ বিভিন্ন চুকত স্থাপন কৰা চিচিটিভিত বন্দী হ’ল ইয়াৰ দৃশ্যসমূহ।

তাত দেখা গৈছে বাহিৰৰ ল’ৰাই ছাত্ৰাবাসৰ কোঠাবোৰ ভাঙি সোমাইছে। মাৰপিট কৰা হৈছে। কিছুসময় এনেধৰণৰ কাণ্ড কৰি দলটো হোষ্টেলৰ পৰা উলাই যায়।

এই ঘটনাৰ তদন্তৰ বাবে ভোপাল বিশ্ববিদ্যালয়ে গঠন কৰিছে এখন কমিটী। কমিটীয়ে ছাত্ৰ দুজনক জেৰা কৰিব। আৰক্ষীয়েও নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছে। বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰি যি ধৰণে হিংসাত্মক কার্য সংঘটিত কৰা হৈছে, তাক লৈ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল আতংকিত হৈ পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ