--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গোৰ্খা সমাজৰ মুকলি সমৰ্থনত স্বাভাৱিকতে অতি উৎসাহিত হৈ পৰা দেখা যায় টিংখং বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিমল বৰাক।

ডিজিটেল ডেস্ক: টিংখঙত বিমল বৰাৰ প্ৰতি মুকলি সমৰ্থন গোৰ্খা সমাজৰ। নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত বিমল বৰাক ভোট প্ৰদানৰ মুকলি অংগীকাৰ গোৰ্খা সমাজৰ। বিমল বৰাক লৈ ৰোদ শ্ব' গোৰ্খা সমাজৰ।


বিমল বৰাৰ প্ৰতি গোৰ্খা সমাজৰ মৰম, আদৰ, সন্মান পাই অভিভূত হৈ পৰে বিমল বৰা। আঠু কাঢ়ি সেৱা লৈ বিমল বৰাই কৃতজ্ঞতা জনায় গোৰ্খা সমাজক।


গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাঙৰ উপস্থিতিত ৰাজগড় কৰমা ভৱনত অনুষ্ঠিত হোৱা এক সভাত টিংখং সমষ্টিৰ সমূহ গোৰ্খা সমাজে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী বিমল বৰাক সমৰ্থন কৰাৰ ক্ষেত্ৰত অংগীকাৰবদ্ধ হয়।


গোৰ্খা সমাজৰ মুকলি সমৰ্থনত স্বাভাৱিকতে অতি উৎসাহিত হৈ পৰা দেখা যায় টিংখং বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিমল বৰাক।


ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে গোৰ্খা জনগোষ্ঠীক এক উপযুক্ত সন্মান আৰু মৰ্যদা প্ৰদান কৰি অহাৰ লগতে গোৰ্খা সমাজৰ প্ৰতিটো অভাৱ অভিযোগ, সমস্যা আন্তৰিকতাৰে সমাধান কৰা বাবেই বিজেপিৰ প্ৰতি গোৰ্খা সমাজে মুকলি সমৰ্থন কৰা বুলি উল্লেখ কৰে বিমল বৰাই।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ