--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত সাধাৰণতে এগৰাকীতকৈ অধিক পত্নী থকাটো অবৈধ বুলি গণ্য কৰা হয়। ইছলামত বহুবিবাহৰ অনুমতি যদিও অতি কম সংখ্যক লোকৰহে একে সময়তে এগৰাকীতকৈ অধিক পত্নী থাকে। শেহতীয়াকৈ কেনিয়াৰ এজন যুৱকে একেলগে তিনিগৰাকী যুৱতীক বিয়া পাতি চৰ্চালৈ আহিছে। এই তিনিগৰাকী যুৱতী সম্পৰ্কত বায়েক-ভনীয়েক। বাই-ভনী তিনিগৰাকী একে মাতৃৰে সন্তান।

তিনিগৰাকী ভগ্নীয়ে একেজন যুৱকৰ প্ৰেমত পৰিছিল আৰু তিনিগৰাকীয়ে একেজন যুৱককে বিয়া কৰাইছিল। আমোদজনক কথাটো হ’ল এই সম্পৰ্কত ল’ৰাটো বা তিনিগৰাকী ভগ্নীয়ে কোনো সমস্যাৰ সন্মুখীন হোৱা নাই। চাৰিওজনেই এই বিবাহত অতি সুখী।
तीन बहनों से एक साथ शादी करेगा यह शख्स, कहा- इनको संतुष्ट करना बड़ी बात नहीं,  सबके साथ एक-एक दिन
যুৱতী তিনিগৰাকীৰ নাম কেট, ইভ আৰু মেৰী। তিনিওগৰাকী ভগ্নী গছপেল মিউজিক অধ্যয়ন কৰি আছিল। পঢ়ি থকাৰ সময়ত কেটে ষ্টিভ’ নামৰ এজন যুৱকক লগ পাইছিল। ইয়াৰ পিছত তেওঁ ষ্টিভ’ক ভনীয়েকহঁতৰ লগত চিনাকি কৰাই দিছিল। এই সময়ছোৱাত কেটৰ দুয়োগৰাকী ভগ্নীও প্ৰথম দৃষ্টিতে ষ্টিভ’ৰ প্ৰেমত পৰিছিল। অৱশ্যে তেতিয়া ষ্টিভ’ৰ ফালৰ পৰা এনেকুৱা একো নাছিল। তেওঁ কেৱল কেটক ভাল পাইছিল।

ষ্টিভ’ই কয় যে তেওঁ নিজৰ প্ৰেমিকাক কেটৰ সৈতে চিনাকি কৰাই দিছিল, তাৰপাছতেই তেওঁলোকৰ বিচ্ছেদ ঘটিছিল। ইয়াৰ পিছত তেওঁ কেটৰ সৈতে সম্পৰ্ক স্থাপন কৰে। কিছুদিনৰ পাছত কেটৰ দুয়োগৰাকী ভগ্নীয়েও ষ্টিভ’ক প্ৰেম নিবেদন কৰিলে আৰু তিনিওগৰাকী ভগ্নীৰ লগতে তেওঁ সম্পৰ্ক গঢ়িবলৈ আৰম্ভ কৰিলে। কেইমাহমান সম্পৰ্কত থকাৰ পিছত ষ্টিভ’ই বিয়া পতাৰ সিদ্ধান্ত লয় আৰু তিনিওগৰাকী ভগ্নীকে বিয়া কৰায়। এতিয়া তিনিগৰাকী ভগ্নীৰ লগতে সুখী বৈবাহিক জীৱন কটাই আছে ষ্টিভ’ই।
Kenya: तीन बहनों ने एक ही शख़्स से की शादी, शख्स ने कहा- आसान है तीन  पार्टनर्स को खु़श रखना
ষ্টিভ’ই কয় যে তিনিওগৰাকী ভগ্নীয়ে এখন ৰুটিন বনাইছে আৰু সেই অনুসৰি সিদ্ধান্ত লোৱা হৈছে যে ষ্টিভ’ কেতিয়া কোনজনী ভনীয়েকৰ লগত থাকিব। ষ্টিভ’ই লগতে কয় যে একেলগে তিনিগৰাকী পত্নীৰ সৈতে থাকি তেওঁৰ কোনো সমস্যা হোৱা নাই। তিনিওগৰাকীকে সুখী কৰি ৰখাটো যথেষ্ট সহজ। সোমবাৰে মই মেৰীৰ লগত থাকোঁ, মঙলবাৰে কেটৰ লগত আৰু বুধবাৰে মই ইভৰ লগত থাকোঁ, আনহাতে উইকেণ্ডত আমি চাৰিওজনেই একেলগে থাকোঁ আৰু বহুত ফূৰ্তি কৰো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ