--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ থাইৰয়েডৰ সমস্যা এতিয়া বহুতৰে বাবে এক সমস্যা হৈ থিয় দিছে। থাইৰয়েডৰ সমস্যাৰ বাবে শৰীৰত নানান সমস্যাই দেখা দিব পাৰে। ব্যায়ামৰ জৰিয়তে বহুতো কঠিন ৰোগৰ পৰা নিজকে সুৰক্ষিত কৰা সম্ভৱ। বয়স বৃদ্ধি হোৱাৰ লগে লগে, বিভিন্ন শাৰীৰিক জটিলতাৰ উদ্ভৱ হয়।

বৰ্তমান বহু যুৱক-যুৱতীৰো থাইৰয়েডৰ সমস্যাই দেখা দিছে। অৱশ্যে যদি আপুনি নিয়মীয়াকৈ কিছুমান সৰল ব্যায়াম কৰে,তেন্তে থাইৰয়েডৰ সমস্যাই সহজে স্পৰ্শ কৰিব নোৱাৰিব। সমগ্ৰ ভাৰতত প্ৰায় ৪২ নিযুত লোকে বৰ্তমান থাইৰয়েডৰ সমস্যাত ভুগি আছে। থাইৰয়েডৰ ফলত ওজন বৃদ্ধি হ'ব পাৰে। তিনিটা সৰল ব্যায়ামে থাইৰয়েড হৰমন নিঃসৰণ নিয়ন্ত্ৰণত ৰাখিব পাৰে।


হলাসন: হলাসনে মেৰুদণ্ড আৰু পিঠিৰ পেশী শক্তিশালী কৰাত সহায় কৰে। ইয়াৰ বাহিৰেওএই ব্যায়ামে ডিঙি, হাত আৰু ভৰিৰ পেশী শক্তিশালী কৰাত সহায় কৰে।

উষ্ট্ৰাসন: জৰায়ু, পেটৰ পেশীশক্তিশালী আৰু স্থিতিস্থাপক কৰাত এই আসনে সহায় কৰে। এই ব্যায়ামে পেশীবোৰো টান কৰে। নিয়মীয়া কৈ এই আসন কৰিলে থাইৰয়েডৰ সমস্যা দূৰ হোৱাৰ লগতে জৰায়ুৰ পেশীও সবল হৈ থাকে।


ভুজঙ্গাসন: ভুজঙ্গাসনে শৰীৰৰ নমনীয়তা বৃদ্ধি কৰে। একে সময়তে ই মানসিক শক্তি উন্নত কৰাত সহায় কৰে। থাইৰয়েড ৰোগীসকলে প্ৰায়ে মেজাজৰ তাৰতম্যত ভোগে। এই আসন নিয়মীয়াকৈ কৰিলে তেনে সমস্যা যথেষ্ট হ্ৰাস হয়।

দৰাচলতে, যোগ হৈছে আমাৰ দৈনন্দিন জীৱনৰ দৈনন্দিন প্ৰয়োজনীয়তাৰ দৰে এক অভ্যাস। ই কেৱল শৰীৰক লাভাবান্বিত নকৰে। ইয়াৰ পৰিৱৰ্তে, ব্যায়ামে মনৰ স্বাস্থ্যকো প্ৰভাবান্বিত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ