--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত লাখ টকাৰ গাঁজা জব্দ৷ মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাইছিল বিএছএফ, শুল্ক বিভাগ আৰু 'জি আৰ পি'য়ে। পৃথক পৃথক অভিযান চলাই বুজন পৰিমাণৰ গাঁজা জব্দ কৰিছে বিএছএফ আৰু 'জি আৰ পি'য়ে।

আগৰতলাৰ কেন্দ্ৰীয় শুল্ক বিভাগ আৰু বিএছএফে পশ্চিম ত্ৰিপুৰা জিলাৰ পৰা জব্দ কৰে বুজণ পৰিমাণৰ গাঁজা।‌ মোহনপুৰ মহকুমাৰ ছিধাই থানাৰ অন্তৰ্গত জলাইবাৰীৰ এটা বাসগৃহত যৌথ অভিযান চলাই গাঁজা জব্দ কৰে অভিযানকাৰী দলটোৱে। জব্দ কৰা এই বুজন পৰিমাণৰ গাঁজাখিনিৰ মূল্য প্ৰায় ৩৩ লাখ টকা।‌ ওজন আছিল ২২০ কেজি৷ 

আন এক অভিযানত পশ্চিম ত্ৰিপুৰাৰ বগাবিলৰ পৰাও গাঞ্জা জব্দ কৰে বিএছএফ আৰু শুল্ক বিভাগে। জব্দ কৰা এই গাঁজাখিনিৰ মূল্য প্ৰায় ১০ লাখ টকা বুলি সদৰি কৰিছে বিএছএফে। ইয়াৰ ওজন ২০ কেজি৷

ইফালে, আগৰতলা ৰে'লষ্টেচনত নিয়মীয়া তালাচী চলোৱা সময়ত জিআৰপি য়ে ৪০ কেজি গাঁজা জব্দ কৰে। ৰেলেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ বাবে গাঁজাখিনি ষ্টেচনলৈ অনা হৈছিল যদিও ইয়াৰ পূৰ্বেই গৰাকীবিহীন গাঁজাখিনি জব্দ কৰিবলৈ সক্ষম হয় কৰ্তব্যৰত জিআৰপিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ