--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তিপ্ৰামোথাৰ সমৰ্থনত ত্ৰিপুৰাত চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বিজেপি৷ মুখ্যমন্ত্ৰী মাণিক সাহাই কংগ্ৰেছৰ আশিস কুমাৰ সাহাক পৰাস্ত কৰি বৰদোৱালী সমষ্টিৰ পৰা জয়লাভ কৰিছে। 

৮০০তকৈও অধিক ভোটৰ ব্যৱধানত জয়ী হৈছে মাণিক সাহা৷ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিততে মাণিক সাহাক বিগত বৰ্ষত বছৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্ত কৰিছিল বিজেপিয়ে৷ ত্ৰিপুৰা বিধানসভাৰ ভোট গণনাৰ মাজতে আজি মাণিক সাহাই ত্ৰিপুৰা সুন্দৰী মা মন্দিৰ দৰ্শন কৰে৷ তেওঁৰ লগত বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰও উপস্থিত আছিল। ত্ৰিপুৰা বিধানসভা নিৰ্বাচন ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল।

বিপ্লব কুমাৰ দেবে বিধানসভা নিৰ্বাচনলৈ এবছৰতকৈও কম সময় বাকী থকা অৱস্থাত পদত্যাগ কৰিছিল। মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে সাহাই ত্ৰিপুৰাৰ একমাত্ৰ ৰাজ্যসভা আসনখন দখল কৰিছিল। তেওঁ টাউন বৰদোৱালী সমষ্টিৰ পৰা বিধানসভাৰ উপ-নিৰ্বাচনত যুঁজ দিছিল আৰু জয়লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে