--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃত্ৰিপুৰা বিধানসভা নিৰ্বাচনকলৈ তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দল। দশকৰ পিছত দশক ধৰি বাও শিবিৰৰ দখলত থকা ত্ৰিপুৰাত যোৱা নিৰ্বাচনত বিজেপিয়ে ইতিহাস সৃষ্টি কৰি বিজয়ী হৈছিল। কিন্তু ৰাজ্য খনত এইবাৰ বিজেপিৰ বাবে কেইবাটাও প্ৰত্যাহ্বান আছে।বিশেষকৈ তৃণমূল কংগ্ৰেছে ৰাজ্য খনত বিজেপিৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।

 সেয়ে বংগত বিজেপিৰ বাবে তৃণমূল শত্ৰু হ'লেও ত্ৰিপুৰাত তৃণমূলক সমীহৰ দৃষ্টিৰে চাইছে বিজেপিয়ে। কংগ্ৰেছে মমতা বেনাৰ্জীৰ দলক গেৰুৱা দলে সহায় কৰাৰ অভিযোগ উত্থাপন কৰিছে। ত্ৰিপুৰাত বিজেপিক সমৰ্থন কৰিবলৈ তৃণমূল কংগ্ৰেছে "খেল খেলি আছে" কিন্তু বিধানসভা নিৰ্বাচনত কংগ্ৰেছ-বাওঁ মিত্ৰজোঁটৰ সম্ভাৱনাক উলাই কৰিব নোৱাৰিব বুলি কংগ্ৰেছে সকিয়াই দিছে।  ৰাজ্যখনৰ এআইচিচিৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় কুমাৰে এই হংকাৰ দিয়ে । উল্লেখ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাওঁ-কংগ্ৰেছ মিত্ৰজোঁটক সমালোচনা কৰাৰ এদিন পিছতে কুমাৰে দৃঢ়তাৰে কয় যে ত্ৰিপুৰাত কংগ্ৰেছ আৰু চিপিআই(এম)ৰ মাজত "ৰাজনৈতিক বুজাপৰা " শক্তিশালী পৰ্যায়ত আছে।

উল্লেখ্য ৬০ জনীয়া ত্ৰিপুৰা বিধানসভাত, ২০ খন আসন জনজাতীয় অঞ্চলৰ বাবে সংৰক্ষিত।
কালি  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰচলোৱাৰ সময়ত কেৱল বাও দল আৰু কংগ্ৰেছক সমালোচনাৰ লক্ষ্য কৰি লৈছিল।মোদীয়ে এবাৰৰ বাবেও তৃণমূলৰ কথা উল্লেখ কৰা নাছিল।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিপুৰাৰ অম্বাচাত বিজয় সংকল্প ৰেলীত অংশগ্ৰহণ কৰিছিল। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক