--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক অদ্ভুত কাম কৰি চাকৰি হেৰুৱালে এগৰাকী নিউজ এংকৰে৷ লাইভ সম্প্ৰচাৰৰ সময়ত কেমেৰাত মধ্যমা আঙুলি দেখুৱাই ধৰা পৰা বিবিচিৰ নিউজ এংকৰৰ ভিডিঅ’ বুধবাৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ভিডিঅ’টোৱে ইণ্টাৰনেটক হাঁহিবলৈ বাধ্য কৰাইছিল যদিও ইয়াৰ ফলত সংবাদ মাধ্যমে সংস্থাটোৰ পেছাদাৰীতাক লৈ একাংশ লোকে আক্ৰমণ কৰে।

ভাইৰেল ভিডিঅ’টোত নিউজ এংকৰ মৰিয়ম মোছিৰীক টিভিৰ পৰ্দাত বাতৰিটো উপস্থাপন কৰিবলৈ যোৱাৰ সময়ত মধ্যমা আঙুলি এটা উঠাই দিয়া দেখা গৈছিল। দুপৰীয়াৰ হেডলাইনৰ বাবে বিবিচিয়ে ষ্টুডিঅ’লৈ চুইচ অন কৰাৰ লগে লগে মোশ্বিৰীয়ে কেমেৰাৰ ফালে আঙুলি দেখুৱাই থকা দেখা গ’ল৷ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ এদিন পাছতে নিউজ এংকৰগৰাকীয়ে ক্ষমাপ্ৰাৰ্থনা জাৰি কৰি পৰিস্থিতিৰ সকলোকে বিষয়ে বুজাই দিয়ে।

এক্সত নিউজ এংকৰগৰাকীয়ে লিখিছে-“কালি আমি লাইভ হোৱাৰ আগতে মই গেলেৰীত বিবিচিৰ দলটোৰ সৈতে অলপ ধেমালি কৰি আছিলো। ডাইৰেক্টৰে মোক ১০-০ৰ পৰা তললৈ গণনা কৰি থকাৰ বাবে মই তললৈ গণনা কৰাৰ অভিনয় কৰি আছিলো৷ গতিকে ১০টা আঙুলিৰ পৰা এটালৈকে গণনা কৰিলোঁ। ১ নম্বৰত উপনীত হোৱাৰ লগে লগে মই কৌতুক হিচাপে আঙুলিটো ঘূৰাই দিলোঁ আৰু গম পোৱা নাছিলো যে এইটো কেমেৰাত ধৰা পৰিব।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ