--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেছাদাৰী জীৱন হওক বা ব্যক্তিগত জীৱন হওক, ৰত্ন পাঠক শ্বাহে ৰাজহুৱা বক্তব্যৰ পৰা কেতিয়াও আঁতৰি নাযায়। অলপতে এক সাক্ষাৎকাৰত তেওঁ কয় যে নাছিৰুদ্দিন শ্বাহৰ সৈতে বিবাহ মসৃণ নাছিল। আগতে বৈবাহিক সম্পৰ্ক আছিল, স্বামী পেছাত অভিনেতা। সেইবাবেই কন্যাৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছিল অভিনেত্ৰীগৰাকীৰ পিতৃ-মাতৃ। পাত্ৰটোৰ ৰূপক লৈও তেওঁলোকৰ সন্দেহ আছিল।

‘তেওঁ মুছলমান হোৱা বা আমাৰ বয়সৰ পাৰ্থক্যত কোনো সমস্যা নাছিল। আগতেও বিয়া হৈছিল, সন্তান আছে, সেই কথাত মাক-দেউতাকৰ সন্দেহ আছিল। তাৰ ওপৰত এনে মুখ!” এইদৰে কয় পৰিচালক-অভিনেত্ৰীগৰাকীয়ে। ৰত্নে লগতে কয় যে সেই সময়ত নাছিৰুদ্দিনে প্ৰায়ে চেহেৰাৰ কথা শুনিব লগা হৈছিল। এই লুকটোৰে কেনেকৈ অভিনেতা হ’ব পাৰি! পৰিয়ালৰ পৰা এনে কটুক্তি শুনিব লগা হৈছিল অভিনেতাজনে।

এজন ভাল অভিনেতা হোৱাৰ বাবেও উদ্যোগটোত প্ৰতিষ্ঠা লাভৰ নিশ্চয়তা নাথাকে। নাছিৰুদ্দিন-ৰত্নাৰ জীৱনশৈলীক লৈ সন্দেহ প্ৰকাশ কৰিছিল অভিনেত্ৰীগৰাকীৰ অভিভাৱক। “দেউতাৰ মৃত্যু সৰুতে। কিন্তু লাহে লাহে মাক আৰু নাছিৰৰ মাজত বন্ধুত্ব গঢ় লৈ উঠে। পিছলৈ দুয়োৰে মাজত ঘনিষ্ঠ হৈ পৰিল। ফলত একেবাৰেই কোনো সমস্যা নাছিল”, অভিনেত্ৰীগৰাকীয়ে কয়। কিন্তু কোনো প্ৰশ্ন নোহোৱাকৈয়ে নাছিৰুদ্দিনৰ পৰিয়ালে আনন্দৰে ৰত্নক পৰিয়ালৰ সদস্য হিচাপে গ্ৰহণ কৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু