--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিগত সপ্তাহত ৰাণী এলিজাবেথে প্ৰাক্তন প্ৰধানমন্ত্ৰী টনী ব্লেয়াৰক ‘নাইট’ উপাধি প্ৰদান কৰিছিল। ইয়াৰ পাছতে অব্যাহত আছে উত্তেজনাৰ। প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী টনী ব্লেয়াৰৰ ‘নাইট’ উপাধি প্ৰত্যাহাৰ কৰিবলৈ প্ৰায় ৬ লক্ষ্যাধিকে ৰাণী দ্বিতীয় এলিজাবেথক আহ্বান জনাইছে। ২০০৩ চনত ইৰাকত ভুৱা তথ্যৰ ওপৰত ভিত্তি কৰি সামৰিক অভিযান চলোৱা বাবে টনী ব্লেয়াৰৰ উচিত বিচাৰৰ দাবী তুলিছে স্বাক্ষৰদাতাসকলে। তেওঁলোকে কয়, ‘ ইৰাকত অবৈধভাৱে চলোৱা সামৰিক অভিযানৰ বাবে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ বুশ্বৰ লগতে টনী ব্লেয়াৰো সমানে দায়ী বুলি দাবী আৱেদনকাৰীৰ।

ব্ৰিটিছ ৰাণী এলিজাবেথে প্ৰাক্তন প্ৰধানমন্ত্ৰী ব্লেয়াৰক দেশৰ সৰ্বোচ্চ সন্মানীয় সন্মান অৰ্থাত্‍ ‘নাইট’ উপাধি প্ৰদান কৰিলেও সহজে মানি লোৱা নাই একাংশই। আবেদনকাৰীসকলে কয় যে, ব্লেয়াৰ বিশ্বৰ আটাইতকৈ ক্ৰুৰ ৰাজনৈতিক ব্যক্তিসকলৰ মাজৰ এজন! ১৯৯৭ চনৰ পৰা ২০০০ চনলৈ তেওঁ শাসনত অধিষ্ঠিত আছিল। তেওঁৰ শাসনকালতে ব্ৰিটিছ সমাজত গভীৰ নেতিবাচক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু প্ৰতিটো মুহূৰ্তত ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ বৃদ্ধি পাই আহিছে। ইৰাকৰ পৰা উভতি অহা ব্ৰিটিছ সৈন্যৰো একেই মতপোষণ কৰিছে। ‘নাইট’ উপাধি দিয়াৰ আগতে এনে কেতবোৰ স্পৰ্শকাতৰ বিষয়ক লৈ অধিক পৰ্যালোচনাৰ প্ৰয়োজনীয়তা আছে বুলি সদৰী কৰিছে ব্ৰিটিছ সৈন্যই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ