--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিগত দুটা বছৰে ক’ভিডে গ্ৰাস কৰিছিল সমগ্র ভাৰতবৰ্ষক। লকডাউন ৰ ফলত সৃষ্টি হোৱা আৰ্থিক মন্দাৱস্থা এতিয়াও দূৰ হোৱা নাই দেশৰপৰা। তেনে এক সময়ত পুনৰবাৰ অৰ্থাৎ ২০২২ বৰ্ষতো বিদায় নহ’ব নেকি ক’ভিড মহামাৰী। এই প্ৰশ্নই ইতিমধ্যে চিন্তিত কৰি তুলিছে একাংশ খাটি খোৱা জনতাক। তেওঁলোকৰ এটাই চিন্তা পুনৰবাৰ লকডাউনৰ দৰে পৰিস্থিতি হ’লে কি কৰিব, কি খাই জীয়াই থাকিব? ইতিমধ্যে সমগ্র দেশতে ক’ভিডৰ নতুন প্ৰকৰণ অমিক্ৰনৰ অৱস্থিতি পোৱা গৈছে।

ক’ভিডৰ নতুন এই প্ৰজাতিৰ গণসংক্ৰমনৰ সংখ্যা বৃদ্ধি পোৱা বাবে বি চি চি আইয়ে স্থগিত ৰাখিছে ৰঞ্জী ট্ৰফীসহ আগশাৰীৰ কেইবাখনো প্ৰতিযোগিতা। উল্লেখ্য যে ১৩ জানুৱাৰীৰ পৰা ১৭ মাৰ্চলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল ৰঞ্জীট্ৰফী। আনহাতে, গুৱাহাটীৰ আইআইটিতো ক’ভিডৰ গ্ৰাস । অৰ্ধ-শতাধিক শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি। যাৰ বাবে পুনৰবাৰ খাটি খোৱা সাধাৰণ জনতা চিন্তাত পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ